Assam LP TET CDP important Question

Assam LP TET

Assam LP TET: বিষয়: শিশু বিকাশ ( Child Development)

Part – 1 >

Video Link: Click Here

১) শিশু বিকাশ পদ্ধতি টো হল-
ক) মন্থৰ, তড়িৎ গতি
খ) ধাৰাবাহিক, ক্ৰমান্বয়ে গতি কৰি থকা পদ্ধতি
গ) সদৃশ উপায়েৰে চলি থকা উন্নয়ন
ঘ) গতানুগতিক উন্নয়ন

উত্তৰ: (খ)

২) শিশু বিকাশৰ অৰ্থ কি?
ক) শিশু উচ্চতা, প্ৰস্থতা বিকাশ
খ) মানসিক আৰু মেধা ক্ষমতাৰ বিকাশ
গ) শিশুৰ সামগ্ৰিক বিকাশ
ঘ) শিশুৰ উন্নয়ন

উত্তৰ: (গ)

৩) “শিশুৰ ব্যৱহাৰ অধ্যয়নৰ উৎকৃষ্ট পদ্ধতি কি?”
ক) নিৰীক্ষণ পদ্ধতি
খ) ব্যৱহাৰিক পদ্ধতি
গ) সাক্ষাৎকাৰ পদ্ধতি
ঘ) ব্যক্তিগত অধ্যয়ন

উত্তৰ: ঘ

৪) বিকাশৰ অৰ্থ কি?
ক) ফলাফল পৰিৱৰ্তন সম্পৰ্কীয়
খ) জোখ মাখ ৰ পৰিবৰ্ত্তন সম্পৰ্কীয়
গ) ক আৰু খ উভয়ে
ঘ) ওপৰৰ এটাও নহয়।

উত্তৰ: খ

৫) কোনটো বয়স ক “বাৰ্থ পিৰিয়দ” বুলি কোৱা হয়?
ক) জন্মৰ পৰা দুবছৰ
খ) জন্মৰ পৰা পাঁচ বছৰ
গ) জন্মৰ পৰা 4 বছৰ
ঘ) জন্মৰ পৰা তিনি বছৰ
উত্তৰ: ঘ

৬) কোনচোৱা বয়সক শিশুকাল বুলি কোৱা হয়?

ক) ৩ পৰা ১২ বছৰ
খ) ৫ পৰা ১৫ বছৰ
গ) ২ পৰা ৮ বছৰ
ঘ) ৫ পৰা ১০ বছৰ

উত্তৰ: ক) ৩ পৰা ১২ বছৰ

৭) কৈশোৰ কাল বুলি কোনচোৱা বয়স ক কোৱা হয়?
ক) ১৫ পৰা ২৫ বছৰ
খ) ১৩ পৰা ১৯ বছৰ
গ) ১২ পৰা ২০ বছৰ
ঘ) ১০ পৰা ২২ বছৰ

উত্তৰ: গ)

৮) লৰা ছোৱালী য়ে শ্ৰেণীত কোলাহল কৰিলে
ক) শিক্ষক এ তেওঁলোকক কাহিনী কব ।
খ) তেওঁলোকক শ্ৰেণীৰ পৰা উলিয়াই দিব
গ) তেওঁলোকক ভয় খুৱাব
ঘ) তেওঁলোকক খেলিবলৈ পঠাই দিব।

উত্তৰ: ক

৯) শিশুক মনে মনে থাকিবলৈ কোৱা হয় কাৰণ-

ক) ইয়াৰ ফলত শ্ৰেণীত নীৰৱতা অৱলম্বন হয়।
খ) ইয়াৰ ফলত শিশুৰ পঢ়াৰ অনুশীলন খৰ হয়
গ) ইয়াৰ ফলত শিশুৰ দেহত শক্তিয়ে গতি কৰে
ঘ) আজি কালি নীৰৱতা ৰ বাবে উদগনি যোগোৱা উচিত

উত্তৰ) খ

১০) এজন শিশু যদি শ্ৰেণীত উপস্থিত নাথাকে তেতিয়া শিক্ষকে
ক) তেওঁক শাস্তি দিব
খ) শ্ৰেণীত থিয় কৰাই ৰাখিব
গ) অনুপস্থিতিৰ কাৰণ জানিবলৈ চেষ্টা কৰিব
ঘ) পাঠ্যক্ৰম পুনৰ শিকাব

উত্তৰ: গ)

Download Part-1 Question Pdf : Click Here

Download Assam Tet Study Materials : Click Here

Part- 2

১) বিকাশ আৰু উন্নয়ন কোনটো কাৰকৰ ওপৰত নিৰ্ভৰশীল?

  • ক) পৰিবেশৰ ওপৰত
  • খ) বংশগতিৰ ওপৰত
  • গ) ব্যক্তিৰ ওপৰত
  • ঘ) ওপৰৰ সকলো

২) শাৰীৰিক উন্নয়ন মানে কি ?

  • ক) শৰীৰ চৰ্চা কৰা
  • খ) স্বাস্থ্যবান হোৱা
  • গ) ৰোগ নোহোৱা
  • ঘ) আন্তৰিক আৰু বাহ্যিক উন্নয়ন

৩) শিশুৰ সামাজিক উন্নয়ন বুলিলে তুমি কি বুজা?

  • ক) সমাজত শিশুৰ উন্নয়ন
  • খ) গোটত শিশুৰ মিল-মিছা
  • গ) ভাল সমাজ
  • ঘ) সমাজত ভাল কাম কৰা

৪) ব্যক্তিত্ব মানে কি বুজা?

  • ক) ব্যক্তিৰ ব্যৱহাৰ
  • খ) ব্যক্তিৰ সামাজিক উন্নয়ন
  • গ) সেই বস্তবোৰ যিবোৰ ব্যক্তিৰ
  • ঘ) ব্যক্তিয়ে কোৱা কথা

৫) ছাত্ৰ-ছাত্ৰীৰ সক্ষমতা শিক্ষকে কিদৰে জুখিব?

  • ক) ছাত্ৰ-ছাত্ৰীৰ পৰীক্ষা লৈ
  • খ) ছাত্ৰ-ছাত্ৰীক কথা সুধি
  • গ)ছাত্ৰ-ছাত্ৰীৰ বিভিন্ন কামৰ তথ্য বিশ্লেষণ কৰি
  • ঘ) ছাত্ৰ-ছাত্ৰীৰ পিতৃ মাতৃক সুধি

৬) ছাত্ৰ-ছাত্ৰীক প্ৰকৃত উপযুক্ত জ্ঞান কিদৰে দিব?

  • ক) পাঠটো মনত ৰখাই
  • খ) পাঠটোৰ বিশ্লেষণ কৰি
  • গ) ছাত্ৰ-ছাত্ৰীক নিজে অধ্যয়ন কৰাই
  • ঘ) মনোগ্ৰাহী উপায়েৰে শিকাই

৭) ছাত্ৰ-ছাত্ৰীক বিজ্ঞান বিষয় কেনেকৈ শিকোৱা হয়?

  • ক) প্ৰশ্নৰ উত্তৰ কৰিবলৈ দি
  • খ) ব্যৱহাৰিক জ্ঞান দি
  • গ) ছাত্ৰ-ছাত্ৰীৰ দ্বাৰা ব্যৱহাৰিক কাম কৰাই
  • ঘ) আমোদজনক উপায়েৰে শিক্ষা দি

৮) শ্ৰেণীত শিকাবৰ বাবে কি আৱশ্যকীয়?

  • ক) উপযুক্ত পৰিবেশ
  • খ) ছাত্ৰ-ছাত্ৰীৰ শিকিবলৈ আগ্ৰহ
  • গ) শিক্ষকে শিকাব
  • ঘ) ওপৰৰ আটাইকেইটা

৯) শিশুক কেনেকৈ শিকোৱা উচিত?

  • ক) তেওঁলোকক ভাষা শিকোৱা
  • খ) তেওঁলোকক কাহিনী কোৱা
  • গ) খেলা ধূলাৰ মাধ্যমৰে তেওঁলোকক ভাষা শিকোৱা
  • ঘ) সংগীত শুনিবলৈ দি

১০) যদি কোনো ছাত্ৰ-ছাত্ৰীয়ে প্ৰশ্নৰ উত্তৰ দিব নোৱাৰে, তেতিয়া-

  • ক) শিক্ষকে তেওঁলোকক উত্তৰ দিব
  • খ) শিক্ষকে অন্য ছাত্ৰ-ছাত্ৰীক সুধিব
  • গ) উত্তৰ দিবলৈ শিক্ষকে ছাত্ৰ-ছাত্ৰীক উৎসাহ যোগাব
  • ঘ) শিক্ষকে ছাত্ৰ-ছাত্ৰীক শাস্তি বিহীব

১১) স্কুলত ছাত্ৰ-ছাত্ৰীৰ বাবে শিক্ষামূলক ভ্ৰমণ প্ৰয়োজনীয়, কিয়?

  • ক) ভ্ৰমণ কৰি ছাত্ৰ-ছাত্ৰী সুখী হয়
  • খ) ছাত্ৰ-ছাত্ৰীৰ বাবে অধ্যয়ন বোজা হিচাপে নলবলৈ
  • গ) ছাত্ৰ-ছাত্ৰীয়ে প্ৰত্যক্ষভাৱে জ্ঞান অৰ্জন কৰিব পাৰে
  • ঘ) ভমনত ছাত্ৰ-ছাত্ৰীয়ে আনন্দ উপভোগ কৰে

Download Lp Tet CDP Part 2 Pdf : Click Here

Download Answer Key Pdf: Click Here

Video Link For Answers: Click Here

Leave a Reply

Your email address will not be published. Required fields are marked *