Assam TET 2019 LP-UP CDP important Question (Part 5)

Assam TET 2019 LP-UP

Assam Tet 2019 LP-UP: বিষয়: শিশু বিকাশ ( Child Development)

Part – 5 >

১) তুমি এজন শিক্ষক আৰু তোমাক গাঁৱৰ এখন শিক্ষানুষ্ঠানৰ পৰা নগৰলৈ বদলি কৰিলে। তেওঁলোকক তুমি কেনেকৈ শিক্ষা দিবা?

  • ক) তুমি কেতিয়াবা কেতিয়াবা নগৰত থাকিবলৈ আৰু তাৰ পাছত শিক্ষাদান কৰিবলৈ যাবা
  • খ) তোমাৰ শিক্ষাদান পদ্ধতিৰ কোনো সলনি নহব
  • গ) তুমি আধুনিক ধৰণৰ কথাবোৰ শিকাবা, যেনে ধৰা ইণ্টাৰনেট আদি
  • ঘ) তুমি অন্য শিক্ষকসকলৰ লগত কথা পাতিবা আৰু তাৰ পাছত আধুনিক কৌশলেৰে শিক্ষাদান কৰিবা

২) উজ্জল ভৱিষ্যতৰ বাবে ছাত্ৰ-ছাত্ৰীসকল:

  • ক) কেৱল স্কুলত অধিক অধ্যয়ন কৰিব
  • খ) পৰীক্ষাত আহিব পৰা প্ৰশ্নবোৰহে কেৱল মুখস্থ কৰিব
  • গ) স্কুলত শিক্ষকৰ লগত আৰু ঘৰত পিতৃ-মাতৃৰ লগত পঢ়িব
  • ঘ) সিহঁতৰ হবি আৰু চখক অৱজ্ঞা নকৰিব

৩) যদি শ্ৰেণীত দুষ্ট ছাত্ৰ-ছাত্ৰী থাকে, তেতিয়া তুমি সেই পৰিস্থিতিত কিদৰে পঢ়ুৱাবা?

  • ক) তেওঁলোকলৈ কোনো মনোযোগ নিদিয়াকৈ, তুমি পাঠ শিকাই যাবা
  • খ) তেওঁলোকক বুজাবলৈ তুমি মনস্তাত্বিক আৰ্হিৰে পঢ়াবা
  • গ) তুমি তেওঁলোকৰ পিতৃ-মাতৃক মাতিবা আৰু তেওঁলোকৰ মানসিকতাৰ কথা কৈ দিবা
  • ঘ) তেওঁলোকক বহিষ্কাৰ কৰিবলৈ তুমি অধ্যক্ষক অনুৰোধ কৰিবা

৪) এজন ভাল শিক্ষক হল –

  • ক) শ্ৰেণীৰ সকলো ছাত্ৰ-ছাত্ৰীক সমদৃষ্টিৰে চোৱাজন
  • খ) আর্থিকভাৱে দুৰ্বল ছাত্ৰ-ছাত্ৰীক সহায় কৰাজন
  • গ) দুৰ্বল ছাত্ৰ-ছাত্ৰীসকলক অধিক মনোযোগ দিয়াজন
  • ঘ) দৰিদ্ৰ ছাত্ৰ-ছাত্ৰীক টকা-পইচা দিয়াজন

৫) ছাত্ৰ-ছাত্ৰীক আকৰ্ষণ কৰিবলৈ তুমি কি কৰিবা?

  • ক) তুমি তোমাৰ আদৰ্শগত চৰিত্ৰ উপস্থাপন কৰিবা
  • খ) তোমাৰ সম্পদশালী অৱস্থাটো দেখুৱাবা
  • গ) তুমি তোমাৰ চৰিত্ৰ আদৰ্শগত আৰু বলিষ্ঠ কৰি ৰাখিবা
  • ঘ) তেওঁলোকক মনোগ্ৰাহী কাহিনী কৈ তোমাৰ সপক্ষে থাকিবলৈ কবা

৬) সেই সকল ছাত্ৰ-ছাত্ৰীক লৈ শিক্ষকে গৌৰৱ কৰে, যিসকল-

  • ক) এজন খেলুৱৈ
  • খ) এজন শিক্ষক যিজনে ভাল ধৰণে শিক্ষাদান কৰে
  • গ) দেশৰ উন্নতিৰ বাবে অপুৰুষাৰ্থ কৰে
  • ঘ) সদায়েই শিক্ষকক সহায় কৰে

৭) ছাত্ৰ-ছাত্ৰীৰ উভয়ৰে ব্যৱহাৰ জানিবলৈ তলৰ কোনটো পৰীক্ষা হাতত লবা?

  • ক) ব্যক্তিত্বৰ পৰীক্ষা
  • খ) ছৰিঅ’গ্ৰাম
  • গ)ৰ’ৰচাচ টেষ্ট
  • ঘ) এনেকডলাৰ ৰেকৰ্ড

৮) শিক্ষাৰ ক্ষেত্ৰত গেছলেটৰ তত্বটো কি?

  • ক) যেতিয়া কোনো এজনে অধ্যয়নৰ সম্পূৰ্ণ সাৰমৰ্ম বুজি পায় তেতিয়া শিক্ষা হোৱা বুলি জনা যায়
  • খ) অন্য এটা বিষয় শিকিবলৈ এটা বিষয় অধ্যয়ন কৰা
  • গ) ছাত্ৰ-ছাত্ৰীৰ শাৰীৰিক উন্নয়নে তেওঁলোকৰ মানসিক সক্ষমতা
  • ঘ) সকলো বিষয় যেতিয়া পঢ়ি শেষ হয়, তেতিয়া জ্ঞান সম্পূৰ্ণ হোৱা বুলি জনা যায়

৯) শিক্ষণ পদ্ধতিত প্ৰাকৃতিক ভাষা আহৰণ কি?

  • ক) কোৱা, শুনা, পঢ়া, লিখা
  • খ) শুনা, কোৱা, পঢ়া, লিখা
  • গ) শুনা, কোৱা, লিখা, পঢ়া
  • ঘ) লিখা, পঢ়া, শুনা, কোৱা

১০) পৰীক্ষাৰ বাবে শিক্ষকে ছাত্ৰ-ছাত্ৰীক কেনেকৈ সাজু কৰিব?

  • ক) তেওঁলোকক পৰীক্ষাৰ বিষয়ে একো নোকোৱাকৈ
  • খ) দৰকাৰী প্ৰশ্নবোৰৰহে সমাধান উলিয়াব
  • গ) তেওঁলোকক পৰীক্ষাৰ গুৰুত্বৰ বিষয়ে কোৱা হব আৰু তেওঁলোকৰ অনুশীলনত সহায় কৰিব
  • ঘ) যি সকলে পৰীক্ষাত উত্তীৰ্ণ হব নোৱাৰে তেওঁলোকক পুৰস্কৃত কৰা হব বুলি ঘোষণা কৰা

১১) শিক্ষকে উত্তৰ বহী কেনেদৰে মূল্যায়ন কৰিব?

  • ক) তেওঁলোকে সকলো ছাত্ৰ-ছাত্ৰীক সমান নম্বৰ দিব
  • খ) তেওঁলোকে নিজৰ মনে উত্তৰ বহী নিৰীক্ষণ কৰিব
  • গ) তেওঁলোকে সাৱধানতাৰে উত্তৰ বহী নিৰীক্ষণ কৰিব
  • ঘ) তেওঁলোকে দুৰ্বল ছাত্ৰ-ছাত্ৰীক ভাল নম্বৰ দিব যাতে তেওঁলোকে অধিক পঢ়িব পাৰে

Download Question Set Pdf : Click Here

Download Answer Key Pdf: Click Here

Watch This Video For Instant Answers: Click Here

Get Social Science Question Set: Click Here

Leave a Reply

Your email address will not be published. Required fields are marked *