Assam TET 2019 LP-UP CDP important Question (Part 7)

Assam TET 2019 LP-UP

Assam Tet 2019 LP-UP: বিষয়: শিশু বিকাশ ( Child Development)

Part – 7 >

১) শিক্ষক হল এজন-

  • ক) বন্ধু
  • খ) পথ নিৰ্দেশক
  • গ) বিশ্বাসী উপদেষ্টা
  • ঘ) সহায়ক

২) শ্ৰেণীকোঠাত নিয়ামানুৱৰ্তিতা অৱলম্বন কৰিবলৈ হলে-

  • ক) ছাত্ৰ ছাত্ৰীক ভয় দেখুৱাব লাগিব
  • খ) ছাত্ৰ ছাত্ৰীক মাৰিব লাগিব
  • গ) শৈক্ষিক কাম-কাজত ছাত্ৰ ছাত্ৰীক জড়িত ৰাখিব লাগিব
  • ঘ) ছাত্ৰ ছাত্ৰীক নিয়মানুৱৰ্তীতাৰ মাজত থাকিবলৈ কব

৩) শ্ৰেণীকক্ষত কোনো নিয়ম নীতি নাথাকে, যেতিয়া –

  • ক) শ্ৰেণীৰ কিছুমান ছাত্ৰ-ছাত্ৰী দুষ্ট হয়
  • খ) ছাত্ৰ ছাত্ৰীক একো কাম কৰিবলৈ দিয়া নহয়
  • গ) সকলো ছাত্ৰ ছাত্ৰী দুষ্ট হলে
  • ঘ) এইবোৰৰ এটাও নহয়

৪) পাঠদানৰ  সময়ত যদি পাঠটো পুনঃ পুনঃ আউৰুৱা, তেতিয়া –

  • ক) ই লাহে লাহে বুজি পোৱা শিশুবোৰৰ বাবে ভাল
  • খ) ই হয় সময়ৰ অপব্যৱহাৰ
  • গ) জটিল পাঠ বুজি পোৱাত ই সহায়ক হয়
  • ঘ) ই ছাত্ৰ-ছাত্ৰীক পাঠটো মনত ৰখাত সহায় কৰে

৫) কোনো জাননী নিদিয়াকৈ পৰীক্ষা পাতিলে কি লাভ হয়?

  • ক) দুৰ্বল ছাত্ৰ-ছাত্ৰীক শাস্তি দিয়া হয়
  • খ) ছাত্ৰ-ছাত্ৰী সদায় অধ্যয়নৰ বাবে প্ৰস্তুত থাকে
  • গ) ই ছাত্ৰ-ছাত্ৰীক সদায়েই নিয়ামানুৱৰ্তিত ৰখাত সহায় কৰে
  • ঘ) ইয়াৰ ফলত শ্ৰেণীটো সবল হয়

৬) শিক্ষণৰ সময়ত যদি কোনো ছাত্ৰই ছবি আঁকি থাকে-

  • ক) তুমি তেওঁক শাস্তি দিবা
  • খ) কিছুমান নিৰ্দেশ দি তুমি তেওঁক ক্ষমা কৰিবা
  • গ) তুমি তেওঁক অধ্যক্ষৰ ওচৰলৈ পঠাই দিবা
  • ঘ) তেওঁক শ্ৰেণীকক্ষৰ পৰা বহিষ্কাৰ কৰিবা

৭)  শিকিবৰ বাবে ব্যৱহাৰিক জ্ঞান কিয় উপযুক্ত উপায়?

  • ক) ই ছাত্ৰ-ছাত্ৰীক সক্ৰিয় কৰে
  • খ) ই যথেষ্ট ভাল
  • গ) এইবোৰ কৰি ছাত্ৰ-ছাত্ৰীয়ে অনুভৱ কৰে
  • ঘ) ই শিকিবৰ বাবে উপযুক্ত নহয়

৮) সোধা প্ৰশ্নবোৰ স্পষ্ট আৰু সহজ হব লাগে। তলত উল্লেখ কৰা কোনটো প্ৰশ্ন স্পষ্ট আৰু সহজ নহয়-

  • ক) মহাভাৰত কোনে লিখিছিল 
  • খ) তুমি মহাভাৰত কিয় ভাল পোৱা?
  • গ) মহাভাৰতৰ বিষয়ে তুমি কি জানা?
  • ঘ) তুমি যদি প্ৰতিদিনে মহাভাৰত আওৰোৱা

৯) শ্ৰেণীকোঠাত আবৃত্তি আৱশ্যকীয় কাৰণ ইয়াৰ দ্বাৰা

  • ক) শিশুৰ উৰণীয়া স্বভাৱ লুপ্ত হয়
  • খ) শিক্ষক আৰু অন্য ছাত্ৰই সেইবোৰ শুনিব পাৰে
  • গ) ইয়াৰ ফলত পাঠটোৰ অৰ্থও স্পষ্ট হয়
  • ঘ) উচ্চাৰণ শুদ্ধ হয়

১০) শিকনৰ অৰ্থ কি?

  • ক) শ্ৰেণীত প্ৰথম হোৱা
  • খ) জ্ঞানী হোৱা
  • গ) অভিজ্ঞতাৰ দ্বাৰা ব্যৱহাৰ পৰিবৰ্তন
  • ঘ) কাম কৰিবৰ বাবে সক্ৰিয় হোৱা

১১) উৎকৃষ্ট শিক্ষণ কাক কয়?

  • ক) শিক্ষক আহে আৰু এটা ভাষণ দি গুচি যায়
  • খ) কিতাপৰ মতে অধ্যয়ন
  • গ) শিক্ষণ আৰু ছাত্ৰৰ মাজত এক আন্তঃসংযোগ স্থাপন কৰা
  • ঘ) ব্লেকবৰ্ডৰ জৰিয়তে শিক্ষণ

১২) দুৰ্বল ছাত্ৰ ছাত্ৰীক উৎসাহ যোগাবলৈ শিক্ষকে

  • ক) আন্তৰিক প্ৰেৰণা দিব আৰু তেওঁলোকক ভাল কাম কৰিবলৈ কব
  • খ) শ্ৰেণীৰ প্ৰথম বেঞ্চত বহিবলৈ দিব
  • গ) শ্ৰেণীত অধিক মনোযোগ দিবলৈ কব
  • ঘ) শ্ৰেণীত তেওঁলোকক মনোযোগ দিব নালাগে

১৩) বোধগম্যতা আমি কিদৰে পৰীক্ষা কৰিম?

  • ক) পৰীক্ষাৰ জৰিয়তে 
  • খ) লৰা ছোৱালীৰ প্ৰকৃতি সলনি হোৱাটো পৰ্যবেক্ষণ কৰি 
  • গ) লৰা-ছোৱালীক কথা সুধি
  • ঘ) স্কুলত তৰ্ক প্ৰতিযোগিতা অনুষ্ঠিত কৰি

১৪) স্মৃতিৰ অৰ্থ কি?

  • ক) পাঠ মনত পেলোৱা
  • খ) অভিজ্ঞতা অথবা আয়ত্ত কৰা কথা মনত পেলোৱা
  • গ) নতুন প্ৰশ্ন মনত পেলোৱা
  • ঘ) শিকা প্ৰশ্নবোৰ পুনৰ মনত পেলোৱা

১৫) লৰা ছোৱালীৰ স্মৃতিশক্তিৰ উন্নতিৰ বাবে কি কৰা উচিত?

  • ক) তেওঁলোকক অধিক পঢ়া শুনা কৰাব লাগিব
  • খ) তেওঁলোকক অধিক লিখাব লাগিব
  • গ) তেওঁলোকক নিজেই অধিক অনুশীলন কৰিব লাগিব
  • ঘ) তেওঁলোকক তেওঁলোকৰ কাম শিক্ষকক দেখুৱাব কাৰণ তেওঁলোকে সিহঁতক ভালদৰে জানে

১৬) সৃষ্টিশীলতা বুলিলে কি বুজা?

  • ক) বস্ত তৈয়াৰ কৰা
  • খ) নতুন বস্ত তৈয়াৰ কৰা
  • গ) বস্ত সজাই তোলা
  • ঘ) কেৱল নতুন বস্ত সজাই পৰাই তোলা

Download Question Set Pdf : Click Here

Download Answer Key Pdf: Click Here

Watch This Video For Instant Answers: Click Here

Get Social Science Question Set: Click Here

Leave a Reply

Your email address will not be published. Required fields are marked *