Assam TET 2019 LP-UP CDP important Question (Part 8)

Assam Tet 2019 LP-UP: বিষয়: শিশু বিকাশ ( Child Development)

১) সৃষ্টিশীল লৰা-ছোৱালী সেইসকল, যিসকলে –
ক) শ্ৰেণীত প্ৰথম হয়
খ) সৃষ্টিশীল আচাৰ আচৰণৰ গৰাকী
গ) ভাল ব্যৱহাৰ কৰা
ঘ) ভাল স্মৃতিশক্তিৰ গৰাকী

২) লৰা ছোৱালীয়ে কত শিকে?
ক) স্কুলত
খ) ঘৰত
গ) সমাজত
ঘ) প্ৰতি মুহূৰ্ততে প্ৰত্যেক ঠাইতে

৩) যেতিয়া অধ্যক্ষই শিক্ষকৰ বাবে অসুবিধাৰ সৃষ্টি কৰে-
ক) মৌনতা অৱলম্বন কৰিব
খ) অধ্যক্ষৰ লগত নিজেই কথা পাতিব
গ) উৰ্ধতম কৃতিপক্ষক অভিযোগ দিব
ঘ) সহকৰ্মীক অভিযোগ দিব

৪) ছাত্ৰ-ছাত্ৰীয়ে জেষ্ঠজনক সন্মান জনোৱা আচৰণৰ উন্নয়নৰ বাবে শিক্ষকে-
ক) উদাহৰণ দাঙি ধৰিব আৰু তেওঁলোকক বুজিবলৈ কব
খ) প্ৰথমে নিজেই জেষ্ঠজনক সন্মান দেখুৱাব আৰু পাছত ছাত্ৰ ছাত্ৰীক তেনেদৰে কৰিবলৈ কব
গ) কাহিনী শুনাই তেওঁলোকক অনুপ্ৰাণিত কৰিব
ঘ) তেওঁলোকক সন্মান কৰাৰ দোষ গুণবোৰ ব্যাখ্যা কৰিব

৫) তলৰ কোনটো মন্তব্য শুদ্ধ?
ক) শিক্ষণে সমাধান কৰে
খ) শিক্ষণে উপশম ঘটায়
গ) শিক্ষণে সমাধান অথবা উপশম ঘটায়
ঘ) শিক্ষণে সমাধানৰ লগত উপশমো দিয়ে

৬) শিক্ষণত মহত্ত্ব আৰ্জিবলৈ কি আৱশ্যক?
ক) শিক্ষকৰ মূল বিষয়বস্ত
খ) শিক্ষণ পদ্ধতি
গ) লৰা ছোৱালীয়ে কেনেকৈ শিকে
ঘ) বিষয়টোৰ বিশাল জ্ঞান

৭) যেতিয়া নতুন সূত্ৰৰ বিষয়ে লৰা ছোৱালীক কোৱা যায়, তেতিয়া শিক্ষকে-
ক) আগমন পদ্ধতি লব
খ) নিগমন পদ্ধতি লব
গ) বিশ্লেষনাত্মক পদ্ধতি লব
ঘ) তেওঁ কি পদ্ধতি লব লৰা ছোৱালীক কবলৈ দিব

৮) 10 বছৰ বয়সলৈ লৰা ছোৱালীক-
ক) কথাবোৰ মনত ৰাখিবৰ বাবে হোমৱৰ্ক দিব
খ) হোমৱৰ্ক হিচাপে লিখাৰ কাম দিব
গ) হোমৱৰ্ক নিদিব
ঘ) সেইধৰণৰ কাম দিব যিবোৰ তেওঁলোকৰ পিতৃ মাতৃয়ে কৰিব পাৰে

৯) প্ৰতিযোগিতাৰ প্ৰকৃত অৰ্থ কি?
ক) একেই বয়সৰ লৰা ছোৱালীৰ মাজত প্ৰতিযোগিতা
খ) এটা নিৰ্দিষ্ট সময়ৰ পাছত প্ৰতিযোগিতা
গ) প্ৰতিযোগিতা লৰা ছোৱালীৰ উত্তৰ নথকা কামৰ তুলনামূলক বিশ্লেষণ
ঘ) প্ৰত্যেক লৰা ছোৱালীৰে নতুন আৰু পূৰ্বৰ নম্বৰৰ মাজত তুলনা

১০/ পাঠ মনত ৰাখিবৰ বাবে ডাঙৰ লৰা-ছোৱালীবোৰৰ বাবে কোনটো উৎকৃষ্ট পদ্ধতি
ক) পুনৰাবৃত্তি কৰা।
খ) মনত ৰাখিব পৰা লৰা ছোৱালীক পূৰস্কাৰ দিয়া।
গ) মনত ৰাখিব নোৱাৰা লৰা ছোৱালীক শাস্তি দিয়া।
ঘ) পুনৰ পুনৰ মনত পেলোৱা।

১১/ শিশুৰ মগজুক পৰিষ্কাৰ শ্লেটৰ লগত কোনে তুলনা কৰিছিল?
ক) জন’ল’ক’
খ) হাৰ্বাট
গ) প্ৰবেল
ঘ) ৰুছ’

১২/ শিক্ষণৰ প্ৰজেষ্ট পদ্ধতিৰ লগত তলৰ কোনটো শিক্ষাবিদ সম্পৰ্কিত?
ক) জন ডি ভি।
খ) মেক্স ৰাফটি।
গ) বি এফ স্কিনাৰ।
ঘ) ডি ই এল টমডিক।

১৩) এজন শিক্ষকৰ কাম হল-
ক) লৰা ছোৱালীক শিকোৱা
খ) লৰা ছোৱালীৰ ভুলবোৰ আঙুলিয়াই দিয়া
গ) এনেকুৱা পৰিস্থিতিৰ সৃষ্টি কৰা যাতে লৰা ছোৱালীয়ে ভুল নকৰে
ঘ) তেওঁলোকৰ নিজকে শিকিবৰ বাবে লৰা ছোৱালীক সহায় কৰা

১৪) এটা শিশুৰ অআনুষ্ঠানিক কিন্ত গুৰুত্বপূৰ্ণ শিক্ষক কোন?
ক) তাৰ বন্ধু ( খেলা ধূলা )
খ) তাৰ পিতৃ
গ) তাৰ মাতৃ
ঘ) তাৰ ভাতৃ আৰু ভগ্নী

১৫) খেলা ধূলা শিশুৰ …………… চিন
ক) সুখৰ
খ) জ্ঞানৰ
গ) আত্মবলৰ
ঘ) সৃষ্টি ক্ষমতাৰ

১৬) এজন শিক্ষকৰ তিনিটা প্ৰধান কাম হল-
ক) শিক্ষণ, নীতি আৰু নিৰ্দেশনা
খ) শিক্ষণ, চৰিত্ৰ সৃষ্টি আৰু দমন
গ) নিৰ্দেশনা, দক্ষ অনুশীলন আৰু নীতি
ঘ) নিৰ্দেশ, নিৰ্দেশনা আৰু প্ৰশিক্ষণ

১৭) কিণ্ডাৰ গাৰ্ডেনৰ উদ্ভাৱক কোন?
ক) মেৰিয়া মন্টেশ্বৰী
খ) ড° কিলপেট্ৰিক
গ) ফ্ৰেডৰিক ফ্রবেল
ঘ) ক’ল্ডৱেল কোক

১৮) শ্ৰেণীৰ পৰীক্ষাৰ বাবে তুমি কি পদ্ধতি পছন্দ কৰিবা?
ক) বৰ্ণনামূলক প্ৰশ্ন
খ) চমু প্ৰশ্ন
গ) মৌখিক প্ৰশ্ন
ঘ) (ক) আৰু (খ) দুয়োটাই

Download Question Set Pdf : Click Here

Download Answer Key Pdf: Click Here

Watch This Video For Instant Answers: Click Here

Get Social Science Question Set: Click

Jagrat Bordolai

Founder of innovate Assam YT. Expert in SEO, Web designing, App Developing, Digital Marketing, and Java Programming. instagram- @thejagrat

Leave a Reply

Your email address will not be published. Required fields are marked *