Assam TET 2019 LP-UP CDP important Question (Part 3)

Assam TET 2019 LP-UP

Assam Tet 2019 LP-UP: বিষয়: শিশু বিকাশ ( Child Development)

Part – 3 >

১) কোনটো বয়সত শিশুৰ ভাষাৰ উন্নয়ন হয়?

  • ক) জন্মকালত
  • খ) শৈশৱকালত
  • গ) কৈশোৰ কালত
  • ঘ) গৰ্ভৱস্থাৰ সময়ত

২) শিশুৰ কোনচোৱা বয়সক অভ্যাস গঢ়ি উঠে?

  • ক) শিশুকালত
  • খ) জন্মকালত
  • গ) সদায়েই গঢ় লৈ থাকে 
  • ঘ) গৰ্ভৱস্থাৰ সময়ত

৩) শিশুকালত কোনটো অভ্যাস বেছিকৈ দেখা যায়?

  • ক) অধ্যয়ন কৰা
  • খ) যুজঁ কৰা
  • গ) অনুকৰণ
  • ঘ)এইবোৰৰ এটাও নহয়

৪) যদি এটা শিশুৱে অধ্যয়নত মনোনিৱেশ নকৰে তেতিয়া শিক্ষকে কি কৰিব?

  • ক) তেওঁক স্কুলৰ পৰা বহিষ্কাৰ কৰিব
  • খ) ভাল লৰাৰ উদাহৰণ দেখুৱাই তেওঁক প্ৰেৰণা যোগাব
  • গ) তেওঁক মনোৰোগ চিকিৎসকৰ ওচৰলৈ পঠাব
  • ঘ) তেওঁক হোমৱৰ্ক কৰিবলৈ কব

৫) শিশুৰ শুদ্ধ উচ্চাৰণৰ বাবে শিক্ষকে –

  • ক) শ্ৰুতলিপি দিব
  • খ) শিক্ষাদানৰ সময়ত শুদ্ধ উচ্চাৰণ কৰিব যাতে অনুকৰণ কৰিব পাৰে
  • গ) পঢ়িবৰ বাবে হেঁচা প্ৰয়োগ কৰিব
  • ঘ) শুদ্ধ উচ্চাৰণৰ বিষয়ে আলোচনা কৰিব

৬) শিশুৰ ব্যাকৰণৰ জ্ঞান থাকিব লাগে, কাৰণ –

  • ক) ইয়াৰ পৰা ব্যক্তিত্বৰ উন্নয়ন হয় ।
  • খ) ইয়াৰ দ্বাৰা তেওঁলোকে শুদ্ধকৈ লিখিব আৰু কব পাৰে
  • গ) ইয়াৰ পৰা তেওঁলোকে আত্মবিশ্বাস পায়
  • ঘ) ইয়াৰ পৰা তেওঁলোকে শুদ্ধকৈ পঢ়িব পাৰে

৭) শিশুক হোমৱৰ্ক দিয়া উচিত, কাৰণ –

  • ক) ইয়াৰ ফলত শিশুৱে ঘৰত পঢ়া শুনা কৰে
  • খ) শিশুৱে ইয়াৰ ফলত যাতে ঘৰুৱা কাম নকৰে
  • গ) ইয়াৰ পৰা শিক্ষকে তেওঁৰ শিক্ষা পদ্ধতিৰ সফলতাৰ কথা জানিব পাৰে
  • ঘ) হোমৱৰ্ক বোজা নহয়

৮) শিশুক কবিতা কেনেকৈ শিকাবা?

  • ক) কবিতাটো আবৃত্তি কৰি
  • খ) শুদ্ধ সাংগীতিক উপায়েৰে
  • গ) কবিতাৰে শিশুক আমোদ যোগাই
  • ঘ) কবিতা পঢ়াৰ সময়ত জটিল শব্দবোৰৰ বিশ্লেষণ কৰি

৯) শিশুক মনে মনে থাকিবলৈ কোৱা হয়, কাৰণ –

  • ক) ইয়াৰ ফলত শ্ৰেণীত নীৰৱতা অৱলম্বন হয়
  • খ) ইয়াৰ ফলত শিশুৰ পঢ়াৰ অনুশীলন খৰ হয়
  • গ) ইয়াৰ ফলত শিশুৰ দেহত শক্তিয়ে গতি কৰে
  • ঘ) আজিকালি নীৰৱতাৰ বাবে উদগনি যোগোৱা উচিত

১০) এজন শিশু যদি শ্ৰেণীত উপস্থিত নাথাকে তেতিয়া শিক্ষকে –

  • ক) তেওঁক শাস্তি দিব
  • খ) শ্ৰেণীত থিয় কৰাই ৰাখিব
  • গ) অনুপস্থিতিৰ কাৰন জানিবলৈ চেষ্টা কৰিব
  • ঘ) পাঠ্যক্ৰম পুনৰ শিকাব

১১) লৰা ছোৱালীয়ে শ্ৰেণীত কোলাহল কৰিলে তেতিয়া

  • ক) শিক্ষকে তেওঁলোকক কাহিনী কব
  • খ) তেওঁলোকক শ্ৰেণীৰ পৰা উলিয়াই দিব
  • গ) তেওঁলোকক ভয় খুৱাব
  • ঘ) তেওঁলোকক খেলিবলৈ পঠাই দিব

Download Lp-UP Tet CDP Part 3 Pdf : Click Here

Download Lp-UP Tet CDP Answer Key Pdf: Click Here

Watch This Video For Instance Answer Key: Click Here

Download Social Science Pdf : Visit Now > Geography | History

Get Assam Tet CDP Question Answer Pdf : Click Here

Leave a Reply

Your email address will not be published. Required fields are marked *