Assam TET (UP) Social Science important Question( Part 1)- History

Social Science important Question For Assam TET (UP)

Social Science important Question For Assam TET (UP):

Part- 1 >

১) হৰপ্পা সংস্কৃতি কি কাৰণে বিখ্যাত?

  • ক) ভাস্কৰ্য্য
  • খ) নলা- নৰ্দমা পদ্ধতি
  • গ) নগৰ পৰিকল্পনা
  • ঘ) বাগিচা

২) মেঘদূত লিখিছিল –

  • ক) কৌটিল্যই
  • খ) কালিদাসে
  • গ)বৰাহমিহিৰে
  • ঘ) কলহণে

৩) হৰপ্পাসকলৰ বাণিজ্যক সম্পৰ্ক আছিল –

  • ক) ইৰাণ আৰু আফগানিস্থানৰ লগত
  • খ) চীন আৰু ইৰাকৰ লগত
  • গ) ইজিপ্ত আৰু জাপানৰ লগত
  • ঘ) জাপান আৰু চীনৰ লগত

৪) লৰ্ড কৰ্ণৱালিছে প্ৰৱৰ্তন কৰিছিল –

  • ক) জমিদাৰী প্ৰথা
  • খ) মনছবদাৰী প্ৰথা
  • গ) মহলদাৰী প্ৰথা
  • ঘ) ওপৰৰ এটাও নহয়

৫) আধ্যাত্মিকসকলক ইছলাম ধৰ্মত কোৱা হয় –

  • ক) উলেমা
  • খ) চুফি
  • গ) মৌলবী
  • ঘ) হাদিছ

৬) আমিৰ খুশ্রুৱে ব্যৱহাৰ কৰা বাদ্যযন্ত্ৰবিধ আছিল –

  • ক) চেতাৰ
  • খ) সৰোদ
  • গ) টেৱেল
  • ঘ) বাঁহী

৭) পৌৰাণিক ভাৰতৰ এজন বিখ্যাত জ্যোতিৰ্বিদ আছিল –

  • ক) মনু
  • খ) বৃহস্পতি
  • গ) আৰ্যভট্ট
  • ঘ) চড়ক

৮) অজন্তাৰ চিত্ৰ ভাস্কৰ্য্যই বৰ্ণনা কৰিছে –

  • ক) হিন্দুধৰ্মৰ কথা
  • খ) বৌদ্ধ ধৰ্মৰ কথা
  • গ) জৈনধৰ্মৰ কথা
  • ঘ) মুছলিমৰ কথা 

৯) অৰ্থশাস্ত্ৰ কাৰ শাসন কালত ৰচনা কৰা হৈছিল ?

  • ক) মগধ
  • খ) মৌৰ্য
  • গ) নন্দক
  • ঘ) চাকিয়ান

১০) জাতিভেদ প্ৰথাৰ ভিত্তি আছিল –

  • ক) জন্ম
  • খ) ধৰ্ম
  • গ) বিশ্বাস
  • ঘ) কৰ্ম

১১) জয়দেৱৰ গীতা গোবিন্দ লিখা হৈছিল?

  • ক) পোন্ধৰ শতিকাত
  • খ) দশম শতিকাত
  • গ) চতুৰ্থ শতিকাত
  • ঘ) দ্বাদশ শতিকাত

Download Social Science (History) Part-1 Question Pdf : Click Here

Get Assam Tet Social Science(History) Part-1 Answer Key Pdf : Click Here

Watch Video For Instant Answer Key: Click Here

Get Assam Tet Social Science(Geography) Part-1: Click Here

Get Assam Tet CDP Question Answer Pdf : Click Here

Leave a Reply

Your email address will not be published. Required fields are marked *