Assam TET (UP) Social Science important Question( Part 1)- Political Science

Political Science important Question For Assam TET (UP):

Political Science important Question For Assam TET (UP):

Part- 1 >

১) ভাৰতীয় সংবিধানত কিমান সংখ্যক সংশোধনৰ দ্বাৰা মৌলিক কৰ্তব্যসমূহ সংযোগ কৰা হয়?

  • ক) 42 সংখ্যক
  • খ) 43 সংখ্যক
  • গ) 44 সংখ্যক
  • ঘ) 49 সংখ্যক

২) ভাৰতৰ মহাগানীতিক আৰু হিচাপ নিয়ন্ত্ৰকক (কেগ) কোনে নিযুক্তি দিয়ে?

  • ক) ৰাষ্ট্ৰপতিয়ে
  • খ) কেন্দ্ৰীয় কেবিনেট মন্ত্ৰীয়ে
  • গ) উপ ৰাষ্ট্ৰপতিয়ে
  • ঘ) কেন্দ্ৰীয় বৃত্ত মন্ত্ৰীয়ে

৩) তলৰ কোনসকলৰ ভোটাধিকাৰ থাকে?

  • ক) ভাৰতৰ শিক্ষিত নাগৰিক
  • খ) ভাৰতৰ প্ৰাপ্তবয়স্ক নাগৰিক
  • গ) ভাৰতৰ যিকোনো নাগৰিক
  • ঘ) ভাৰতত থকা যিকোনো বিদেশীৰ

৪) পঞ্চায়তীৰাজ হল –

  • ক) প্ৰশাসনিক গঠন
  • খ) বিত্তীয় গঠন
  • গ) শাৰীৰিক গঠন
  • ঘ) ৰাজ্যৰ আকাৰ

৫) ৰাজ্যপালগৰাকী হল –

  • ক) কেন্দ্ৰীয় চৰকাৰৰ মুৰব্বী
  • খ) এখন ৰাজ্যৰ মুৰব্বী
  • গ) ৰাষ্ট্ৰপতিৰ এজেণ্ট
  • ঘ) অ-ৰাজনৈতিক পদবী

৬) ৰাজ্যসভাৰ কোনো ক্ষমতা নাথাকে –

  • ক) সংবিধান সংশোধন বিধেয়কত
  • খ) বিত্তীয় বিধেয়কত
  • গ) একে সময়তে চলা অভিযানৰ তালিকাৰ ব্যৰ্থতা সম্পৰ্কীয়
  • ঘ) অভিযুক্তৰ কাৰ্যব্যৱস্থাত

৭) কেন্দ্ৰীয় শাসিত অঞ্চলবোৰ শাসন কৰে-

  • ক) কেন্দ্ৰীয় মন্ত্ৰীয়ে
  • খ) ৰাষ্ট্ৰপতিয়ে
  • গ) প্ৰধান মন্ত্ৰীয়ে
  • ঘ) উপ- ৰাষ্ট্ৰপতিয়ে

৮) কিমান সংখ্যক সংশোধনীৰ জৰিয়তে ছিকিম ভাৰতৰ অবিচ্ছেদ্য অংগ হয়?

  • ক) 24 সংখ্যক সংশোধনী
  • খ) 36 সংখ্যক সংশোধনী
  • গ) 39 সংখ্যক সংশোধনী
  • ঘ) 25 সংখ্যক সংশোধনী

৯) জম্বু আৰু কাশ্মীৰৰ চৰকাৰী ভাষা হল-

  • ক) কাশ্মীৰী
  • খ) পাৰ্চী
  • গ) পাঞ্জাবী
  • ঘ) উৰ্দু

১০) ৰাষ্ট্ৰপতিয়ে জৰুৰীকালীন অৱস্থা ঘোষণা কৰিব পাৰে-

  • ক) উচ্চতম ন্যায়ালয়ৰ অনুমোদনৰ ওপৰত
  • খ) প্ৰধান মন্ত্ৰীৰ অনুমোদনৰ ওপৰত
  • গ) প্ৰধান মন্ত্ৰীৰ নেতৃত্বত কেবিনেট মৰ্যাদাৰ কেন্দ্ৰীয় মন্ত্ৰীৰ অনুমোদন ৰাষ্ট্ৰপতিয়ে লিখিলে
  • ঘ) উভয় সদনে অনুমোদন জনালে

১১) উপ-ৰাষ্ট্ৰপতি হিচাপে নিৰ্বাচিত হবলৈ এজন ব্যক্তিৰ নিম্নতম বয়স হব লাগিব-

  • ক) 32 বছৰ
  • খ) 40 বছৰ
  • গ) 45 বছৰ
  • ঘ) 35 বছৰ

Download Social Science (Political Sc) Part-1 Question Pdf : Click Here

Get Assam Tet Social Science(Political Sc.) Part-1 Answer Key Pdf : Click Here

Watch Video For Instant Answer Key: Click Here

Get Assam Tet Social Science(Geography) Part-1: Click Here

Get Assam Tet Social Science (History) Part-1 : Click Here

Leave a Reply

Your email address will not be published. Required fields are marked *