Assam TET (UP) Social Science important Question( Part 1 )-Geography

Assam TET ( UP )

Assam UP TET Social Science important Question

Part – 1 >

১) পৃথিৱীৰ পৰিধি হ’ল-

  • ক) 24000 কিল’মিটাৰ
  • খ) 40000 কিল’মিটাৰ
  • গ) 12800 কিল’মিটাৰ
  • ঘ) 64000 কিল’মিটাৰ

২) সৌৰজগতৰ হেলি ধুমকেতুটো শেষবাৰৰ বাবে আবিৰ্ভাৱ হৈছিল-

  • ক) 1986 চনত
  • খ) 1989 চনত
  • গ) 1988 চনত
  • ঘ) এটাও নহয়

৩) সন্ধিয়া/ৰাতিৰ আকাশত তলত উল্লেখ কৰা কোনটো গ্ৰহক অধিক উজ্জ্বল দেখা যায়?

  • ক) জুপিটাৰ
  • খ) শনি
  • গ) বুধ
  • ঘ) শুক্ৰ

৪) ঘড়ীৰ কাটাৰ দিশত পূবৰ পৰা পশ্চিমলৈ সূৰ্যৰ চাৰিওফালে তলৰ কোনটো গ্ৰহ ঘূৰে?

  • ক) জুপিটাৰ
  • খ) পৃথিৱী
  • গ) মাৰ্কাৰী
  • ঘ) ইউৰেনাছ

৫) এটা অৰ্ধ চন্দ্ৰৰ নিশা পৃথিৱীৰ পৰা জোখ ললে চন্দ্ৰ আৰু সূৰ্যৰ মাজৰ কোণ হয় প্ৰায় –

  • ক) 45°
  • খ) 90°
  • গ) 60°
  • ঘ) 180°

৬) সূৰ্যৰ চাৰিওফালে পৃথিৱীয়ে বছৰেকত চক্ৰকাৰে ঘূৰোঁতে দূৰত্ব হয়গৈ –

  • ক) 896 মিলিয়ন কিল’মিটাৰ
  • খ) 966 মিলিয়ন কিল’মিটাৰ
  • গ) 1036 মিলিয়ন কিল’মিটাৰ
  • ঘ) 1096 মিলিয়ন কিল’মিটাৰ

৭) পৃথিৱীৰ সূৰ্যৰ চাৰিওফালে ঘূৰোঁতে প্ৰতি মিনিটত বেগ হয়-

  • ক) 800 কিল’মিটাৰ
  • খ) 14000 কিল’মিটাৰ
  • গ) 1000 কিল’মিটাৰ
  • ঘ) 1600 কিল’মিটাৰৰ অধিক

৮) আমাৰ সৌৰজগতৰ কেন্দ্ৰ হল –

  • ক) পৃথিৱী
  • খ) সূৰ্য
  • গ) হাতিপটী
  • ঘ) এটাও নহয়

৯) সূৰ্যৰ পৃষ্ঠভাগৰ উষ্ণতা হল-

  • ক) 6000 ডিগ্ৰী ছেন্টিগেড
  • খ) 8000 ডিগ্ৰী ছেন্টিগেড
  • গ) 1000 ডিগ্ৰী ছেন্টিগেড
  • ঘ) 3000 ডিগ্ৰী ছেন্টিগেড

১০) পৃথিৱীয়ে ইয়াৰ মেৰুদণ্ডত এটা সম্পূৰ্ণ পাক ঘূৰিবলৈ সময় লয়-

  • ক) 24 ঘণ্টা
  • খ) 23 ঘণ্টা 56 মিনিট
  • গ) 23 ঘণ্টা 30 মিনিট
  • ঘ) এটাও নহয়

১১) জুপিটাৰৰ পাছতে ডাঙৰ গ্ৰহটো হল-

  • ক) শনি
  • খ) ইউৰেনাছ
  • গ) পৃথিৱী
  • ঘ) নেপচুন

Download Part-1 Question Pdf : Click Here

Download Part-1 Answer Keys: Click Here

Watch Video For Instant Answer Key: Click Here

Get Assam Tet CDP Question Answer Pdf : Click Here

Leave a Reply

Your email address will not be published. Required fields are marked *