Assam TET (UP) Social Science important Question( Part 2 )-Geography

Assam TET ( UP )

Assam UP TET Social Science important Question

Part – 2 >

১) আন্তৰ্জাতিক ধান গৱেষণা কেন্দ্ৰ অৱস্থিত –

  • ক) ফিলিপাইনছত
  • খ) থাইলেণ্ডত
  • গ) ইণ্ডোনেছিয়াত
  • ঘ) মালেছিয়াত

২) য়ুআন কোনো দেশৰ মুদ্ৰা?

  • ক) চীন
  • খ) জাপান
  • গ) ইণ্ডোনেছিয়া
  • ঘ) ম্যানমাৰ

৩) চলচ্চিত্ৰ নিৰ্মাণৰ বাবে লছ এঞ্জেলছ প্রিয় ঠাই কাৰণ –

  • ক) ই প্ৰাকৃতিক সৌন্দয্যৰে ভৰপূৰ
  • খ) ইউৰোপৰ ছবি নিৰ্মাতা সকলৰ লগত ইয়াৰ কোনো প্ৰতিযোগিতা নাই
  • গ) ই হল বহুতো অভিনেতাৰ জন্মস্থান
  • ঘ) ওপৰৰ এটাও নহয়

৪) অসমৰ প্ৰথমটো তেল শোধনাগাৰ ডিগবৈত কেতিয়া স্থাপন কৰা হৈছিল?

  • ক) 1899 চনত
  • খ) 1826 চনত
  • গ) 1901 চনত
  • ঘ) 1947 চনত

৫) তলৰ কোনখন তৈল্যক্ষেত্ৰ নহয়?

  • ক) লিডু
  • খ) নাহৰকটিয়া
  • গ) মৰাণ
  • ঘ) গেলেকী

৬) কুটুহা হল –

  • ক) মিজোৰামৰ এক জনজাতি
  • খ) তামিলনাডুৰ অভয়াৰণ্যৰ এবিধ চৰাই
  • গ) পাকিস্তানৰ পাৰমাণৱিক গৱেষণা কেন্দ্ৰ থকা স্থান
  • ঘ) এটাও নহয়

৭) তলৰ কোনজন দার্শনিকে ভূগোল শব্দটো ব্যৱহাৰ কৰিছিল?

  • ক) হ’মাৰ
  • খ) এনেস্কিমাণ্ডাৰ
  • গ) হিৰ’দ’টাছ
  • ঘ) এৰাট’স্থিনিছ

৮) তলৰ কোনটো ঠাণ্ডা মহাসাগৰীয় স্ৰোত?

  • ক) গালফ ষ্ট্ৰীম
  • খ) কুৰ’ শ্বিহ’
  • গ) লাব্ৰাড’ৰ
  • ঘ) এটাও নহয়

৯) চুৱেজ খালে সংযোগ কৰিছে –

  • ক) মধ্য সাগৰ আৰু ৰক্ত সাগৰক
  • খ) কৃষ্ণ সাগৰ আৰু কাস্পিয়ান সাগৰক
  • গ) মধ্যসাগৰ আৰু পাৰ্ছিয়ান উপকূলক
  • ঘ) ৰক্ত সাগৰ আৰু পাৰ্ছিয়ান উপকূলক

১০) মাউন্ট এভাৰেষ্টৰ উচ্চতা হল –

  • ক) 12000 মিটাৰ
  • খ) 8042 মিটাৰ
  • গ) 8600 মিটাৰ
  • ঘ) 8848 মিটাৰ

১১) ভাৰতীয় মান সময় (IST) আৰু গ্ৰীণউইচ মান সময় (GMT) ৰ মাজত প্ৰভেদ হল –

  • ক) 5 ঘণ্টা
  • খ) 5 ঘণ্টা 30 মিনিট
  • গ) 6 ঘণ্টা 30 মিনিট
  • ঘ) 6 ঘণ্টা 15 মিনিট

১২) সাধাৰণ এক মাইলত থাকে 1760 গজ আৰু পটিকেল মাইলত থাকে –

  • ক) 2047 গজ
  • খ) 1047 গজ
  • গ) 1560 গজ
  • ঘ) 3047 গজ

১৩) তলত উল্লেখ কৰা তিনিখন নদী পশ্চিমঘাটৰ পৰা বে অব বেঙ্গললৈ বৈ গৈছে, কিন্ত এখন বাহিৰৰ । বাহিৰৰ খনৰ নাম কি?

  • ক) কৃষ্ণা
  • খ) দামোদৰ
  • গ) কাবেৰী
  • ঘ) গোদাবৰী

১৪) সূর্যৰ পৰা ৰশ্মি আহি পৃথিৱীপৃষ্ঠ পাবলৈ সময় লাগে –

  • ক) 18 মিনিট
  • খ) 8 মিনিট
  • গ) 12 মিনিট
  • ঘ) 20 মিনিট

১৫) তলত কোনডাল ৰেখাই ভাৰত আৰু চীনক পৃথক কৰিছে?

  • ক) ডুৰাণ্ড লাইন
  • খ) মেকমোহন লাইন
  • গ) ষ্টেফর্ড লাইন
  • ঘ) ৰিফট ভেলী

Download Part-2 Question Pdf : Click Here

Download Part-2 Answer Keys: Click Here

Watch Video For Instant Answer Key: Click Here

Get Assam Tet CDP Question Answer Pdf : Click Here

Leave a Reply

Your email address will not be published. Required fields are marked *