Assam TET (UP) Social Science important Question( Part 2)- History

Social Science important Question For Assam TET (UP)

Social Science important Question For Assam TET (UP):

Part- 2 >

১) পানীপথৰ প্ৰথম যুগ্ধ হৈছিল –

  • ক) 1526 চনত
  • খ) 1529 চনত
  • গ) 1528 চনত
  • ঘ) 1423 চনত

২) স্বদেশী আন্দোলন কেতিয়া আৰম্ভ হৈছিল?

  • ক) অসহযোগ আন্দোলনৰ সময়ত
  • খ) চিভিল ডিছ’অভিডিয়েট ম’ভমেণ্টৰ সময়ত
  • গ) বেংগলৰ পৃথকীকৰণ বিৰোধী আন্দোলনৰ সময়ত
  • ঘ) খালিফৎ আন্দোলনৰ সময়ত

৩) 1498 চনত ভাৰতৰ পশ্চিম উপকূলত ভৰি দিয়া ভাস্কৰ-দা-গামা আছিল-

  • ক) ইংৰাজ
  • খ) পৰ্তুগীজ
  • গ) ডাচ
  • ঘ) ফৰাছী

৪) বুদ্ধই জ্ঞানপ্ৰাপ্তি কৰিছিল –

  • ক) বুদ্ধগয়াত
  • খ) কুশীনগৰত
  • গ) কপিলাবস্তুত
  • ঘ) সৰনাথত

৫) ইংৰাজশাসকসকলে ভাৰতত শিক্ষাৰ এটা নতুন পদ্ধতি প্ৰৱৰ্তন কৰিছিল কাৰণ তেওঁলোকে বিচাৰিছিল-

  • ক) কোম্পানীৰ বাবে কাম কৰিবলৈ একশ্ৰেণীৰ কৰ্মচাৰী সৃষ্টি কৰিব
  • খ) শ্ব-শাসনৰ বাবে সক্ষমতা সৃষ্টি
  • গ) খ্ৰীষ্টান মিছনেৰীৰ কামকে উদগনি যোগাবলৈ
  • ঘ) বৈজ্ঞানিক আৰু কাৰিকৰী উন্নয়নৰ সজাগতা সৃষ্টি

৬) বিখ্যাত ৰাজপুত ৰজা ৰাণা সংঘ ৰজা আছিল?

  • ক) মাৰৱাৰৰ
  • খ) যুধপূৰৰ
  • গ) মেৱাৰৰ
  • ঘ) বিকানেৰৰ

৭) ইনকিলাব জিন্দাবাদ ধ্বনি কোনে দিছিল?

  • ক) ভগত সিঙে
  • খ) সুভাষ চন্দ্ৰ বসুৱে
  • গ) বি জি তিলকে
  • ঘ) ইকবালে

৮) আকবৰে দিন-ই-ইলাহী স্থাপন কৰিছিল মুখ্যতঃ

  • ক) বিশ্বাস আৰু ভাতৃত্ব স্থাপন কৰিবলৈ
  • খ) মহান ব্যক্তি হবলৈ
  • গ) গোষ্ঠী আৰু সাম্প্ৰদায়িক সম্প্ৰীতিৰ হকে
  • ঘ) হিন্দু আৰু মুছলিমৰ মাজৰ প্ৰভেদ দূৰ কৰিবলৈ

৯) সূৰ্য মন্দিৰ অৱস্থিত –

  • ক) বৃন্দাবনত
  • খ) ভূৱনেশ্বৰত
  • গ) পুৰীত
  • ঘ) কোনাৰ্কত

১০) আৰ্য ধৰ্মৰ মূল কথা আছিল-

  • ক) যুগ্ধ
  • খ) ত্যাগ
  • গ) মেডিটেচন
  • ঘ) কৃষিকৰ্ম

১১) কুটুবমিনাৰ নিৰ্মাণ কৰাইছিল-

  • ক) আকবৰে
  • খ) কুতুব-উদি-দিন আইবকে
  • গ) হুমায়ুনে
  • ঘ) ইলতুৎমিচে

১২) চড়ক সংহতিৰ বিষয় হল-

  • ক) ভাস্কৰ্য
  • খ) মেডিচিন
  • গ) পলিটি
  • ঘ) গণিত

১৩) বৌদ্ধ ধৰ্মৰ তিনিটা মূল কথা হল সংঘ, ধৰ্ম আৰু –

  • ক) স্বাধীনতা
  • খ) সমতা
  • গ) আত্মা
  • ঘ) বুদ্ধ

১৪) ‘ভাৰতীয় সমাজৰ সেৱক’ উদ্ভৱ কৰিছিল-

  • ক) ৰামকৃষ্ণ পৰমহংসই
  • খ) বাল গঙ্গাধৰ তিলকে
  • গ) এনি বেছান্তে
  • ঘ) গোপালকৃষ্ণ গোখলে

১৫) ‛অশ্বমেধ’ আছিল –

  • ক) মানুহৰ উৎসৰ্গা
  • খ) ছাগলী উৎসৰ্গা
  • গ) ঘোঁৰা উৎসৰ্গা
  • ঘ) ম’হ উৎসৰ্গা

১৬) জৈন ধৰ্মই তীব্ৰগতিত প্ৰসাৰ লাভ কৰিছিল?

  • ক) নিম্ন শ্ৰেণীৰ মানুহৰ মাজত
  • খ) ব্যৱসায়িকসকলৰ মাজত
  • গ) কৃষিকৰ্ম কৰাসকলৰ মাজত
  • ঘ) মুছলিমসকলৰ মাজত

Download Social Science (History) Part-2 Question Pdf : Click Here

Get Assam Tet Social Science(History) Part-2 Answer Key Pdf : Coming soon

Download Today’s Social Science Descriptive Part Pdf :Click Here

Leave a Reply

Your email address will not be published. Required fields are marked *