Assam TET (UP) Social Science important Question( Part 2)- Political Science

Political Science important Question For Assam TET (UP):

Political Science important Question For Assam TET (UP)

Part- 2 >

 ১) সংসদ গঠন হৈছে -
ক) লোকসভা কেৱল
খ) কেৱল লোকসভা আৰু ৰাজ্য সভা
গ) ৰাষ্ট্ৰপতি, লোকসভা আৰু ৰাজ্যসভা
ঘ) ৰাষ্ট্ৰপতি, লোকসভা, ৰাজ্যসভা আৰু অধ্যক্ষ


২) ৰাষ্ট্ৰপতিয়ে কিমানবাৰ বৃত্তিয় জৰুৰীকালীন অৱস্থা ঘোষণা কৰিছে?
ক) এবাৰ
খ) দুবাৰ
গ) তিনিবাৰ
ঘ) কেতিয়াও কৰা নাই


৩) সংসদৰ দুখন অধিবেশনৰ মাজৰ অন্তৰ বেছি হব নালাগে-
ক) 3 মাহৰ
খ) 6 মাহৰ
গ) 9 মাহৰ
ঘ) এবছৰৰ


৪) ৰাষ্ট্ৰপতিয়ে এখন ৰাজ্যত সাংবিধানিক জৰুৰী অৱস্থা ঘোষণা কৰিব পাৰে-
ক) সংবিধান অনুযায়ী ৰাজ্যখনৰ শাসনকায্য চলাই নিব নোৱাৰি বুলি যদি তেওঁ পতিয়ন যায়
খ) ৰাজ্যপালৰ অনুমোদন ক্ৰমে
গ) কেন্দ্ৰীয় মন্ত্ৰী পৰিষদৰ অনুমোদনক্ৰমে
ঘ) ৰাজ্যৰ মন্ত্ৰী পৰিষদৰ অনুমোদনক্ৰমে


৫) ইউ পি এছ চিয়ে (UPSC) পৰীক্ষা পৰিচালনা কৰে-
ক) সৰ্বভাৰতীয় সেৱা আৰু কেন্দ্ৰীয় সেৱা
খ) কেৱল সৰ্বভাৰতীয় সেৱা
গ) কেৱল কেন্দ্ৰীয় সেৱা
ঘ) ৰাজ্যিক সেৱা


৬)স্বাধীন ভাৰতৰ প্ৰথম গৰাকী ৰাষ্ট্ৰপতি আছিল-
ক) ড° এছ ৰাধাকৃষ্ণণ
খ) ড° ৰাজেন্দ্ৰ প্ৰসাদ
গ) ড° জাকিৰ হুছেইন
ঘ) ভি ভি গিৰি


৭) বৃত্ত আয়োগ কিমান বছৰৰ মূৰত গঠন কৰা হয়?
ক) 2 বছৰ
খ) 7 বছৰ
গ) 5 বছৰ
ঘ) 10 বছৰ


৮) ৰাজ্যিক অসামৰিক সেৱাৰ অধ্যক্ষ নিয়োগ কৰে ৰাজ্যপালে আৰু তেওঁক আঁতৰাব পাৰি-
ক) ৰাজ্যপালে
খ) ৰাষ্ট্ৰপতিয়ে
গ) ৰাজ্যৰ কেবিনেট মন্ত্ৰীয়ে
ঘ) উচ্চতম ন্যায়ালয়ে


৯) ভাৰতবৰ্ষ এখন প্ৰজাতন্ত্ৰ কাৰণ-
ক) সংসদৰ সদস্যসকলক নিৰ্বাচিত কৰা হয়
খ) ৰাষ্ট্ৰপতিক নিৰ্বাচন কৰা হয়
গ) ইয়াৰ এখন সংবিধান আছে
ঘ) ই সার্বভৌম


১০) উভয় সদনৰ যুটীয়া অধিবেশন আহ্বান কৰিব পৰা কৃতিত্ব কাৰ আছে?
ক) অধ্যক্ষৰ
খ) প্ৰধান মন্ত্ৰীৰ
গ) উভয় সদনৰ প্ৰিজাইডিং বিষয়াৰ
ঘ) ৰাষ্ট্ৰপতিৰ


১১) লোক সেৱা আয়োগ হল-
ক) নিযুক্তি বৰ্ড
খ) উপদেষ্টামূলক বৰ্ড
গ) বিধি ব্যৱস্থা বৰ্ড
ঘ) (ক) আৰু (খ) দুয়োটাই


১২) ভাৰতৰ সাংবিধানিক সভাৰ খচৰা কমিটিৰ অধ্যক্ষ কোন আছিল?
ক) ড° বি আঁৰ আম্বেদকাৰ
খ) জৱহৰলাল নেহেৰু
গ) এম কে গান্ধী
ঘ) চৰ্দাৰ পেটেল


১৩) ভাৰতৰ মহাধিবক্তাক কোনে নিয়োগ কৰে?
ক) লোকসভা আৰু ৰাজ্যসভাই
খ) প্ৰধানমন্ত্ৰীয়ে
গ) ৰাষ্ট্ৰপতিয়ে
ঘ) উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়ধীশে


১৪) অসমত সংস্থাপিত হোৱা এজন ব্যক্তি নাগৰিক হব-
ক) ভাৰতৰ 
খ) অসমৰ
গ) অসম আৰু ভাৰতৰ
ঘ) উত্তৰ-পূব ভাৰতৰ


১৫) ৰাজহুৱা হিচাপে পৰীক্ষা কমিটিয়ে ইয়াৰ প্ৰতিবেদন দাখিল কৰিব লাগে-
ক) বৃত্ত মন্ত্ৰীক
খ) লোকসভাৰ অধ্যক্ষক
গ) প্ৰধানমন্ত্ৰীক
ঘ) ৰাষ্ট্ৰপতিক


১৬) উচ্চতম ন্যায়ালয়ৰ বিচাৰক হবলৈ নিম্নতম বয়স কিমান হব লাগে?
ক) 35 বছৰ
খ) 40 বছৰ
গ) 45 বছৰ
ঘ) বয়সৰ কোনো সীমা নাই


১৭) এখন বিধেয়ক মানি বিল হয়নে নহয় চূড়ান্ত সিদ্ধান্ত কাৰ হাতত ন্যস্ত?
ক) অধ্যক্ষৰ
খ) প্ৰধানমন্ত্ৰীৰ
গ) ৰাষ্ট্ৰপতিৰ
ঘ) মহাধিবক্তাৰ


১৮) ভাৰতীয় সংবিধানৰ অধিকাংশ লোৱা হৈছে-
ক) আমেৰিকাৰ সংবিধানৰ পৰা
খ) ব্ৰিটিছ সংবিধানৰ পৰা
গ) পশ্চিমীয়া জাৰ্মানীৰ সংবিধানৰ পৰা
ঘ) ছোভিয়েট ৰাছিয়াৰ সংবিধানৰ পৰা


১৯) তলৰ কোনখন ৰাজ্যৰ বিধান পৰিষদ নাই?
ক) আন্দামান আৰু নিকোবৰ দ্বীপপুঞ্জৰ
খ) অৰুণাচল প্ৰদেশৰ
গ) জম্বু আৰু কাশ্মীৰৰ
ঘ) ওপৰৰ এটাও নহয়


২০) সংসদৰ উভয় সদনৰ যুটীয়া অধিবেশনত কোনো অধ্যক্ষতা কৰে?
ক) ভাৰতৰ ৰাষ্ট্ৰপতিয়ে
খ) ৰাজ্যসভাৰ চেয়াৰমেন হিচাপে উপ-ৰাষ্ট্ৰপতিয়ে
গ) সংসদীয় পৰিক্ৰমা মন্ত্ৰীয়ে
ঘ) অধ্যক্ষই


২১) উপ- ৰাষ্ট্ৰপতিৰ কাৰ্যকাল কিমান বছৰ?
ক) 5 বছৰ
খ) 6 বছৰ
গ) 10 বছৰ
ঘ) 4 বছৰ

Download Social Science (Political Sc) Part-2 Question Pdf : Click Here

Download Social Science (Political Sc) Part-2 Answer Key Pdf : Coming Soon

Download Today Social Science Descriptive Lesson Pdf ( Syllabus wise ): Click Here

Watch Video For Instant Answer Key: Click Here

Get Assam Tet Social Science(Geography) Part-1: Click Here

Get Assam Tet Social Science (History) Part-1 : Click Here

Leave a Reply

Your email address will not be published. Required fields are marked *