Assam TET (UP) Social Science important Question( Part 3 )-Geography

Assam TET ( UP )

Assam UP TET Social Science important Question

Part – 3 >

১) সূৰ্যৰ একেবাৰে ওচৰৰ গ্ৰহ কি?
ক) মাৰ্কাৰী আৰু মাৰ্চ
খ)পৃথিৱী আৰু মাৰ্কাৰী
গ) মাৰ্কাৰী আৰু ভেনাছ
ঘ) মাৰ্কাৰী আৰু ইউৰেনাছ

২) 18000 কিল’মিটাৰ এলেকাৰে কুৱেইট এখন ক্ষুদ্ৰ দেশ আৰু ইয়াৰ সীমাত আছে-
ক) ইৰাক আৰু ছিৰিয়া
খ) ইৰাক আৰু ইৰান
গ) চৌদি আৰৱ আৰু বাগদাদ
ঘ) চৌদি আৰৱ আৰু ইৰাক

৩) শিৱসাগৰ জিলাৰ মহকুমা কেইটা?
ক) 4টা
খ) 2টা
গ) 3টা
ঘ) 5টা

৪) সৰ্বভাৰতীয় গড়তকৈ তলৰ কোনখন ৰাজ্যৰ শিক্ষিতৰ হাৰ কম?
ক) ত্ৰিপুৰা
খ) অৰুণাচল প্ৰদেশ
গ) নগালেণ্ড
ঘ) মিজোৰাম

৫) পৃথিৱীৰ আটাইতকৈ উষ্ণ ঠাই-
ক) আল আজিজিয়া ( লিবিয়া)
খ) এটা কামা মৰুভূমি (চিলি)
গ) জেকবাবাদ
ঘ) ওপৰৰ এটাও নহয়

৬) পৃথিৱীৰ বৃহৎ মৰুভূমি হল-
ক) গোবি
খ) চাহাৰা
গ) লিবিয়ান
ঘ) অষ্ট্ৰেলিয়ান

৭) পৃথিৱীৰ আটাইতকৈ ডাঙৰ হ্ৰদটো হল-
ক) হিউৰান হ্ৰদ
খ) কাস্পিয়ান সাগৰ
গ) ছপিৰিয়ান হ্ৰদ
ঘ) বৈকাল হ্ৰদ

৮) ঋতুৰ পৰিৱৰ্তন হয় কাৰণ-
ক) সূৰ্য পৃথিৱীৰ চাৰিওফালে ঘূৰে
খ) পৃথিৱীয়ে নিজৰ কক্ষপথত সূৰ্যৰ চাৰিওফালে ঘূৰোঁতে হোৱা পৰিৱৰ্তন
গ) নিজৰ কক্ষত পৃথিৱীয়ে ঘূৰাৰ ফলত
ঘ) ওপৰৰ আটাইকেইটা

৯) ইউৰোপৰ সৰ্বোচ্চ পৰ্বতৰ শৃংগ হল-
ক) মন্ট ব্লেক
খ) মেটাৰহৰ্ণ
গ) বেন নেভিছ
ঘ) মাউন্ট এলবাৰ্চ

১০) সৰ্বোচ্চ শৃংগ মাউন্ট এভাৰেষ্ট কত অৱস্থিত?
ক) ছিকিম
খ) ভূটান
গ) নেপাল
ঘ) পশ্চিমবংগ

১১) ধানখেতিৰ বাবে নিম্নতম কিমান বৰষুণ হব লাগে?
ক) 200 ছেন্টিমিটাৰ
খ) 100 ছেন্টিমিটাৰ
গ) 400 ছেন্টিমিটাৰ
ঘ) 60 ছেন্টিমিটাৰ

১২) কোনটো ধুমকেতু 76 বছৰৰ পাছত আবিৰ্ভাৱ হয়?
ক) হেলিৰ ধুমকেতু
খ) বিয়ালাছৰ ধুমকেতু
গ) টিটলছৰ ধুমকেতু
ঘ) এটাও নহয়

১৩) তলৰ কোনসকল নগালেণ্ডৰ জনজাতি নহয়-
ক) জিলিয়াং
খ) ছেৰ্ণা
গ) লোথা
ঘ) ৱাংচু

১৪) আটাইতকৈ ডাঙৰ ভাৰতীয় দ্বীপপুঞ্জ কি?
ক) লাক্ষাদ্বীপ
খ) মিনিকিয় দ্বীপ
গ) আন্দামান
ঘ) নিকোবৰ

১৫) লাক্ষাদ্বীপ দ্বীপপুঞ্জ কত অৱস্থিত?
ক) ভাৰত মহাসাগৰত
খ) আৰব সাগৰত
গ) বংগোপসাগৰত
ঘ) মধ্য সাগৰত

১৬) ভূমিকম্পৰ প্রাবল্য জোখা যন্ত্ৰটোৰ নাম কি?
ক) হাইড্ৰপ্ৰাক
খ) বেৰ’গ্ৰাফ
গ) চিছিম’গ্ৰাফ
ঘ) এটাও নহয়

১৭) মাউন্ট জাভ’ কত অৱস্থিত?
ক) অৰুণাচল প্ৰদেশত
খ) নগালেণ্ডত
গ) মিজোৰামত
ঘ) কাৰ্বি আংলঙত

১৮) পৃথিৱীৰ ব্যাসাৰ্ধ প্ৰথমে জুখিছিল-
ক) প্লেটু
খ) আৰ্কিমিডিছ
গ) ষ্টেব’
ঘ) এৰষ্টে’স্থিনিছ

১৯) কাকবৰাক কোনখন ৰাজ্যৰ এটা প্ৰধান ভাষা?
ক) মণিপুৰ
খ) ত্ৰিপুৰা
গ) অসম
ঘ) মিজোৰাম

২০) অসমৰ ব্ৰহ্মপুত্ৰ উপত্যকাৰ দৈঘ্য কিমান?
ক) 620 কিল’মিটাৰ
খ) 720 কিল’মিটাৰ
গ) 520 কিল’মিটাৰ
ঘ) 580 কিল’মিটাৰ

২১) তলৰ কোনটো অসমৰ প্ৰধান খেতি?
ক) ৰবৰ
খ) ঘেঁহু
গ) চাহ
ঘ) কফি

Download Part-3 Question Pdf : Click Here

Download Part-3 Answer Keys: Publish soon

Watch Video For Instant Answer Key: Click Here

Get Assam Tet CDP Question Answer Pdf : Click Here

Social Sc. Explaination Pdf Sets Link: Click Here

Leave a Reply

Your email address will not be published. Required fields are marked *