Assam TET (UP) Social Science important Question( Part 3)- History

Social Science important Question For Assam TET (UP)

Social Science important Question For Assam TET (UP):

Part- 3 >

১) বৌদ্ধ ধৰ্ম প্ৰচাৰৰ বাবে তলৰ কোনগৰাকী শ্ৰীলংকালৈ গৈছিল?

  • ক) ইৰাৱতী
  • খ) গোপ
  • গ) যশোধৰা
  • ঘ) সংঘমিত্রা

২) পৃথিৱীৰ দীৰ্ঘতম একক কবিতা হল-

  • ক) মহাভাৰত
  • খ) ঋকবেদ
  • গ) ৰামায়ণ
  • ঘ) অৰ্থশাস্ত্ৰ

৩) হৰ্ষৰ জীৱনী হৰ্ষ চৰিত লিখিছিল-

  • ক) হৰ্ষবধনে
  • খ) বানভট্টই
  • গ) শ্রী হৰ্ষই
  • ঘ) আৰ্যভট্টই

৪) মহাভাৰতৰ মূল নাম আছিল-

  • ক) জয় সংহিতা
  • খ) সশস্ত্ৰ সংহিতা
  • গ) ৰাজতৰংগিনী
  • ঘ) বৃহৎ কথা

৫) কালিদাসৰ শকুন্তলা হল এখন/এক

  • ক) কাহিনী
  • খ) কবিতা
  • গ) গদ্য
  • ঘ) নাটক

৬) তলত উল্লেখ কৰা কোনজনৰ সমাধি ভাৰতত নাই?

  • ক) হুমায়ুন
  • খ) আকবৰ
  • গ) জাহাংগীৰ
  • ঘ) ইময়াদ উদ- দৌলা

৭) ভাৰতবৰ্ষত দৰিদ্ৰতা আৰু ব্ৰিটিছ শাসন লিখিছিল-

  • ক) দাদাভাই নৌৰজি
  • খ) চৰ্দাৰ পেটেল
  • গ) মহাত্মা গান্ধী
  • ঘ) মদন মোহন মালব্য

৮) আল্লাউদ্দীন খিলজিয়ে তেওঁৰ শাসনকালত মূল্য নিয়ন্ত্ৰণ কৰিছিল কাৰণ-

  • ক) তেওঁ ব্যয় কমাব বিচাৰিছিল
  • খ) জনপ্ৰিয়তা অৰ্জন কৰিব বিচাৰিছিল
  • গ) দৰিদ্ৰৰ প্ৰতি সহানুভূতি আছিল
  • ঘ) ওপৰৰ আটাইকেইটা

৯) প্ৰথমে বিধবা বিবাহৰ পৃষ্ঠপোষকতা কোনে কৰিছিল?

  • ক) বাল গঙ্গাধৰ তিলক
  • খ) ৰাজা ৰাজমোহন ৰায়
  • গ) মহাত্মা গান্ধী
  • ঘ) দাদাভাই নৰৌজী

১০) ভাৰতৰ স্বাধীনতাৰ সময়ত ইংলেণ্ডৰ প্ৰধানমন্ত্ৰী কোন আছিল?

  • ক) উইনষ্টন চাৰ্চিল
  • খ) লৰ্ড এটলী
  • গ) হেৰল্ড উইলছন
  • ঘ) জ’ন মেকেনৰ

১১) স্বাধীনতাৰ পূৰ্বে কেন্দ্ৰত এখন অন্তবৰ্তি চৰকাৰ গঠন কৰা হৈছিল-

  • ক) কেবিনেট মিছনৰ পৰিদৰ্শনৰ পাছত
  • খ) কেবিনেট মিছনৰ পৰিদৰ্শনৰ আগত
  • গ) তৃতীয় ঘূৰণীয়া মেজমেলৰ পাছত
  • ঘ) ক্ৰিপছ মিছনৰ পৰিদৰ্শনৰ পাছত

১২) দ্বিতীয় বিশ্বযুগ্ধৰ সময়ত ভাৰতীয় জাতীয় কংগ্ৰেছে সিদ্ধান্ত লৈছিল যে –

  • ক) ই জাৰ্মানীক সমৰ্থন কৰিব
  • খ) ই মিশ্ৰ শক্তিক সমৰ্থন দিব
  • গ) ই ব্ৰিটিছক সমৰ্থন জনাব যদিহে ভাৰতক সম্পূৰ্ণ স্বাধীনতা মঞ্জুৰ কৰে
  • ঘ) ওপৰৰ আটাইকেইটা হয়

১৩) ভিয়েনা কংগ্ৰেছ কোন চনত স্থাপন হৈছিল?

  • ক) 1815 চনত
  • খ) 1885 চনত
  • গ) 1865 চনত
  • ঘ) 1855 চনত

১৪) প্ৰথম বিশ্বযুগ্ধ তলৰ কোনটো তাৰিখে সমাপ্ত হৈছিল ?

  • ক) 1918 চনৰ 21 নবেম্বৰত
  • খ) 1928 চনৰ 11 নবেম্বৰত
  • গ) 1918 চনৰ 11 নবেম্বৰত
  • ঘ) 1917 চনৰ 30 নবেম্বৰত

১৫) কোনজন শাসকে ‘ বিক্ৰমাদিত্য ‘ উপাধি লৈছিল?

  • ক) অশোক
  • খ) চন্দ্ৰগুপ্ত দ্বিতীয়
  • গ) চন্দ্ৰগুপ্ত প্ৰথম
  • ঘ) সমূদ্ৰগুপ্ত

১৬) ফা- হিয়েন আৰু হি-উৱেন-চাঙৰ মাজত চীনৰ হোৱাৰ বাদে আৰু কি মিল আছিল?

  • ক) ইতিহাসবিদ
  • খ) জ্যোতিষী
  • গ) কবি
  • ঘ) তীৰ্থযাত্ৰী

Download Social Science (History) Part-3 Question Pdf : Click Here

Get Assam Tet Social Science(History) Part-3 Answer Key Pdf :Coming soon

Download Today’s Social Science Descriptive Part Pdf :Click Here

Leave a Reply

Your email address will not be published. Required fields are marked *