Assam TET (UP) Social Science important Question( Part 3)- Political Science

Political Science important Question For Assam TET (UP):

Political Science important Question For Assam TET (UP)

Part- 3 >

১) কি কথাত চকু দিবৰ বাবে ছাৰকাৰীয়া আয়োগ নিয়োগ কৰা হৈছিল?

  • ক) কেন্দ্ৰ আৰু ৰাজ্যৰ মাজৰ বিত্তীয় সম্পৰ্ক
  • খ) কেন্দ্ৰ আৰু ৰাজ্য উভয়ৰে মন্ত্ৰীৰ দুৰ্নীতি
  • গ) ৰাজ্যপালৰ মৰ্যদা
  • ঘ) কেন্দ্ৰ ৰাজ্যৰ সম্পৰ্ক

২) উপ ৰাষ্ট্ৰপতিৰ নিৰ্বাচন সম্পৰ্কীয় বিবাদৰ কোনে সিদ্ধান্ত লয়?

  • ক) উচ্চতম ন্যায়ালয়ে
  • খ) নিৰ্বাচন আয়ুক্তই
  • গ) ৰাষ্ট্ৰপতিয়ে
  • ঘ) সংসদীয় পৰিক্ৰমা মন্ত্ৰীয়ে

৩) সংবিধানৰ অষ্টম অনুসূচীত তলৰ কোনটো ভাষা অন্তৰ্ভুক্ত নহয়?

  • ক) উৰ্দু
  • খ) ইংৰাজী
  • গ) সিন্ধী
  • ঘ) কাশ্মীৰী

৪) ৰাষ্ট্ৰপতিৰ মৃত্যু হলে, আতৰালে বা ইষ্টফা দিলে খালি হোৱা ৰাষ্ট্ৰপতিৰ পদত উপ-ৰাষ্ট্ৰপতিয়ে নতুনকৈ ৰাষ্ট্ৰপতিৰ নিৰ্বাচন হোৱাৰ আগলৈ কিমান দিনৰ বাবে তেখেতৰ কাৰ্যালয় চলাব পাৰে?

  • ক) 6 মাহ
  • খ) এবছৰ
  • গ) 3 মাহ
  • ঘ) 9 মাহ

৫) কাৰ্যালয় সম্পূৰ্ণ হোৱাৰ আগেয়ে উপ-ৰাষ্ট্ৰপতিক কোনে কাৰ্যালয়ৰ পৰা আতৰাব পাৰে?

  • ক) ৰাষ্ট্ৰপতিয়ে
  • খ) প্ৰধানমন্ত্ৰী আৰু তেওঁৰ কেবিনেটে
  • গ) সংসদৰ উভয় সদনে
  • ঘ) উচ্চতম ন্যায়ালয়ে

৬) ভাৰতৰ সংবিধানে কেনেধৰণৰ নাগৰিকত্বৰ সুবিধা দিছে?

  • ক) একক নাগৰিকত্ব
  • খ) দ্বি-নাগৰিকত্ব
  • গ) (ক) আৰু (খ) দুয়োটাই
  • ঘ) ওপৰৰ এটাও নহয়

৭) প্ৰধানমন্ত্ৰী হল-

  • ক) চৰকাৰৰ মুৰব্বী
  • খ) চৰকাৰৰ লগতে ৰাজ্যৰ মুৰব্বী
  • গ) কেৱল মন্ত্ৰী পৰিষদৰ মুৰব্বী
  • ঘ) ওপৰৰ আটাইকেইটা হয়

৮) সাধাৰণতে প্ৰধানমন্ত্ৰী হয়-

  • ক) লোকসভাত সংখ্যাগৰিষ্ঠ দলৰ নেতা
  • খ) ৰাজ্যসভাত সংখ্যাগৰিষ্ঠ দলৰ নেতা
  • গ) সংসদৰ জেষ্ঠ সদস্যজন
  • ঘ) লোকসভা আৰু ৰাজ্যসভাত সংখ্যাগৰিষ্ঠ দলৰ নেতা

৯) অসমত স্থানীয় শ্বশাসন ভাগ কৰা হৈছে-

  • ক) গাওঁ অঞ্চলত স্থানীয় শ্বশাসন
  • খ) নগৰ অঞ্চলত স্থানীয় শ্বশাসন
  • গ) অসমত পাহাৰীয়া অঞ্চলত স্থানীয় শ্বশাসন
  • ঘ) ওপৰৰ আটাইকেইটা হয়

১০) প্ৰধানমন্ত্ৰীয়ে তেওঁৰ কাৰ্যকাল কিমান দিন ধৰি ৰাখিব পাৰে?

  • ক) লোকসভাৰ বিশ্বাস যিমান দিনলৈ আদায় কৰিব পাৰে
  • খ)নিৰ্দিষ্ট পাচ বছৰৰ বাবে
  • গ) নিৰ্দিষ্ট ছয়বছৰৰ বাবে
  • ঘ) ভাৰতৰ জনগণৰ যেতিয়ালৈকে তেওঁৰ ওপৰত বিশ্বাস থাকিব

১১) টাউন কমিটি গঠন হয় –

  • ক) 10 হাজাৰৰ অধিক মানুহ থাকিলে
  • খ) 10 হাজাৰৰ কম মানুহ থাকিলে
  • গ) 15 হাজাৰৰ অধিক মানুহ থাকিলে
  • ঘ) 15 হাজাৰৰ কম মানুহ থাকিলে

১২) মন্ত্ৰী পৰিষদৰ সভাত কোনে পৌৰহিত্য কৰে?

  • ক) মহাধিবক্তাই
  • খ) প্ৰধানমন্ত্ৰীয়ে
  • গ) ৰাষ্ট্ৰপতিয়ে
  • ঘ) কেবিনেট চেক্ৰেটেৰীয়ে

১৩) গুৱাহাটী পৌৰ নিগমৰ পৌৰ নিগম আইন কিমানৰ অধীনত প্ৰতিস্থাপন কৰা হৈছিল?

  • ক) 1969 চনত
  • খ) 1972 চনত
  • গ) 1975 চনত
  • ঘ) 1986 চনত

১৪) তলৰ কোনটো কাৰণত ভাৰত চৰকাৰে এজন ব্যক্তিৰ নাগৰিকত্ব খাৰিজ কৰিব পাৰে?

  • ক) কোনো অসংগত কামত নাগৰিকত্বৰ প্ৰমাণ পত্ৰখন খটুৱা বুলি প্ৰমাণ হলে
  • খ) যদি এজন নাগৰিকে কোনোপ্ৰকাৰে শত্ৰুক সহায় সহযোগ কৰিলে
  • গ) যদিহে এজন নাগৰিকে স্বেচ্ছাই অন্য কোনো বিদেশী ৰাষ্ট্ৰৰ নাগৰিকত্ব লব খুজিলে
  • ঘ) ওপৰৰ যিকোনো কাৰণতে

১৫) অসমত পঞ্চায়তীৰাজ আইনে প্ৰৱৰ্তন কৰে –

  • ক) তিনি খলপীয়া পদ্ধতি
  • খ) চাৰি তৰপিয়া পদ্ধতি
  • গ) দুতৰোপীয়া পদ্ধতি
  • ঘ) ওপৰৰ এটাও নহয়

১৬) গুৱাহাটী পৌৰ নিগমৰ সভাত তলৰ কোনজনে অধ্যক্ষতা কৰিব পাৰে?

  • ক) উপায়ুক্তই
  • খ) মেয়ৰে
  • গ) আয়ুক্তই
  • ঘ) পৌৰ মন্ত্ৰীয়ে

১৭) এখন মিউনিচিপাল বৰ্ড কোনে ভংগ কৰিব পাৰে?

  • ক) সংশ্লিষ্ট বিভাগৰ মন্ত্ৰীয়ে
  • খ) মুখ্যমন্ত্ৰীয়ে
  • গ) আয়ুক্তই
  • ঘ) ৰাজ্য চৰকাৰে

১৮) পঞ্চায়তীৰাজৰ লক্ষ্য হল –

  • ক) কমিউনিটি ডেভেলপ’মেণ্ট প্ৰগ্ৰেমৰ জৰিয়তে গাঁৱৰ মানুহক শ্বনিৰ্ভৰশীল কৰি তোলা
  • খ) ভাৰতৰ গ্ৰাম্য জনসাধাৰণৰ জীৱন ধাৰণৰ মান উন্নীত কৰা
  • গ) গ্ৰাম্য জনতাৰ সচেতনতা বৃদ্ধি কৰা
  • ঘ) গ্ৰাম্য উদ্যোগক উদগনি যোগোৱা

১৯) অসমত কিমানখন জিলা পৰিষদ আছে?

  • ক) এখন 
  • খ) দুখন 
  • গ) তিনিখন 
  • ঘ) চাৰিখন

২০) স্বাধীনতাৰ অধিকাৰত তলৰ কোনটো অধিকাৰ স্পষ্টভাৱে অন্তৰ্ভুক্ত কৰা নাই?

  • ক) প্ৰেছৰ স্বাধীনতা
  • খ) শান্তিপূৰ্ণ আৰু অস্ত্ৰ- শস্ত্ৰহীনভাৱে সমবেত হোৱা
  • গ) সংস্থা অথবা ইউনিয়নৰ গঠন কৰাৰ স্বাধীনতা
  • ঘ) কথা আৰু প্ৰকাশৰ স্বাধীনতা

২১) যদি প্ৰধান মন্ত্ৰীৰ বিৰুদ্ধে অনাস্থাৰ প্ৰস্তাৱ গৃহীত হয় –

  • ক) লোকসভা স্বত:সিদ্ধভাৱে ভংগ হৈ যাব
  • খ) প্ৰধানমন্ত্ৰীয়ে পদত্যাগ কৰিব লাগিব
  • গ) তেওঁ পদত্যাগ পত্ৰ দাখিল কৰিব লাগিব
  • ঘ) গোটেই মন্ত্ৰী পৰিষদে পদত্যাগ কৰিব লাগিব

Download Social Science (Political Sc) Part-3 Question Pdf : Click Here

Download Social Science (Political Sc) Part-3 Answer Key Pdf : Coming Soon

Download Today Social Science Descriptive Lesson Pdf ( Syllabus wise ): Click Here

Watch Video For Instant Answer Key: Click Here

Leave a Reply

Your email address will not be published. Required fields are marked *