Assam TET (UP) Social Science important Question( Part 4)- Political Science

Political Science important Question For Assam TET (UP):

Political Science important Question For Assam TET (UP)

Part- 4 >

১) জিলা পৰিষদৰ কাৰ্যকাল হল-

  • ক) চাৰি বছৰ
  • খ) দুবছৰ
  • গ) পাঁচ বছৰ
  • ঘ) ছয় বছৰ

২) ভাৰতৰ ৰাষ্ট্ৰপতিক নিৰ্বাচিত কৰে-

  • ক) সংসদলৈ নিৰ্বাচিত সদস্যসকল আৰু ষ্টেট লেজিছলেচাৰে
  • খ) সংসদে
  • গ) ষ্টেট লেজিছলেচাৰে
  • ঘ) সংসদ আৰু বিধান সভাৰ সকলো সদস্যই

৩) ৰাষ্ট্ৰপতিক শপত বাক্য পাঠ কৰায়?

  • ক) উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশে
  • খ) ভাৰতৰ মহাধিবক্তাই
  • গ) লোকসভাৰ অধ্যক্ষই
  • ঘ) প্ৰধানমন্ত্ৰীয়ে

৪) ৰাষ্ট্ৰপতিয়ে ৰাজ্যসভাৰ কিমানজন সদস্যক মনোনীত কৰিব পাৰে?

  • ক) 4 জন
  • খ) 6 জন
  • গ) 9 জন
  • ঘ) 12 জন

৫) গাওঁ পঞ্চায়তৰ সভাপতিজনক-

  • ক) ৰাজ্য চৰকাৰে নিযুক্তি দিয়ে
  • খ) ৰাজ্যপালে নিযুক্তি দিয়ে
  • গ) গাওঁ পঞ্চায়তৰ ৰাইজে নিৰ্বাচিত কৰে
  • ঘ) মুখ্য সচিবে নিযুক্তি দিয়ে

৬) ৰাজ্যসভাৰ এক-তৃতীয়াংশ সদস্যই অৱসৰ লয়-

  • ক) প্ৰত্যেক দুবছৰত
  • খ) প্ৰত্যেক তিনিবছৰত
  • গ) প্ৰত্যেক চাৰিবছৰত
  • ঘ) প্ৰত্যেক ছয়বছৰত

৭) ৰাজ্যসভাই এখন মানি বিলৰ সিদ্ধান্ত কিমান দিনলৈ পলম কৰিব পাৰে?

  • ক) 10 দিন
  • খ) 15 দিন
  • গ) 14 দিন
  • ঘ) 19 দিন

৮) লোকসভা ভংগ কৰিব পাৰে –

  • ক) অধ্যক্ষই
  • খ) প্ৰধানমন্ত্ৰীয়ে
  • গ) প্ৰধানমন্ত্ৰী আৰু তেওঁৰ মন্ত্ৰী পৰিষদে
  • ঘ) ৰাষ্ট্ৰপতিয়ে

৯) এখন ৰাজ্যৰ ৰাজ্যপালৰ কাৰ্য্যালয়ৰ কাৰ্যকাল হল-

  • ক) 3 বছৰ 
  • খ) 5 বছৰ
  • গ) 6 বছৰ
  • ঘ) 4 বছৰ

১০) ৰাজ্যসভাৰ মজিয়াত যেতিয়া এজন মন্ত্ৰী পৰাজিত হব, তেতিয়া কি ঘটিব?

  • ক) ৰাজ্যসভাৰ মজিয়াত লোকসভাৰ আস্থাৰ ভোট  বিচাৰিছিল কব
  • খ) গোটেই মন্ত্ৰী পৰিষদে পদত্যাগ কৰিব লাগিব
  • গ) মন্ত্ৰী পৰিষদে পদত্যাগ কৰাটো বাধ্যতামূলক নহয়
  • ঘ) সংশ্লিষ্ট মন্ত্ৰীজনে পদত্যাগ কৰিব পাৰে

১১) ৰাজ্যিক কেবিনেটৰ বৈঠকত অধ্যক্ষতা কৰে-

  • ক) ৰাজ্যপালে
  • খ) বিধান সভাৰ অধ্যক্ষই
  • গ) মুখ্যমন্ত্ৰীয়ে
  • ঘ) মুখ্য সচিবে

১২) কোনখন ৰাজ্যত বিধান পৰিষদ আছে?

  • ক) অৰুণাচল প্ৰদেশ
  • খ) জম্বু আৰু কাশ্মীৰ
  • গ) মধ্যপ্ৰদেশ
  • ঘ) মহাৰাষ্ট্ৰ

১৩) তলৰ কোনগৰাকী ভাৰতৰ পৰিকল্পনা আয়োগৰ অধ্যক্ষ হয়?

  • ক) ৰাষ্ট্ৰপতি
  • খ) প্ৰধানমন্ত্ৰী
  • গ) পৰিকল্পনা মন্ত্ৰী 
  • ঘ) মহাধিবক্তা

১৪) অৱসৰৰ পাছত উচ্চতম ন্যায়ালয়ৰ এজন বিচাৰকে-

  • ক) উচ্চতম ন্যায়ালয়ত ওকালতি কৰিব পাৰিব
  • খ) যিকোনো আডালততে ওকালতি কৰিব নোৱাৰিব
  • গ) একেখন উচ্চতম ন্যায়ালয়ত ওকালতি কৰিব পাৰিব
  • ঘ) যিকোনো উচ্চতম ন্যায়ালয়ত ওকালতি কৰিব পাৰিব

১৫) পঞ্চায়তীৰাজ ব্যৱস্থা প্ৰথমে প্ৰৱৰ্তন কৰা হৈছিল ৰাজস্থান আৰু-

  • ক) গুজৰাটত 
  • খ) অন্ধপ্ৰদেশত
  • গ) কলিকতাত 
  • ঘ) বিহাৰত

১৬) দফা 40 অনুযায়ী সংযোগ থাকে-

  • ক) গাওঁ পঞ্চায়ত
  • খ) মৌলিক কৰ্তব্য
  • গ) শিশুৰ যত্ন
  • ঘ) পৰিয়াল কল্যান

১৭) দফা 45- এ নিৰ্ধাৰিত কৰিছে-

  • ক) এজন নাগৰিকৰ মৌলিক অধিকাৰ
  • খ) বৈদেশিক নীতি
  • গ) মহিলাৰ নিৰাপত্তা
  • ঘ) বাধ্যতামূলক শিক্ষা

১৮) দফা 22 অনুযায়ী গ্ৰেপ্তাৰ কৰা যিকোনো ব্যক্তিক নিকটৱৰ্তী দণ্ডাধীশৰ আগত হাজিৰ কৰিব লাগে-

  • ক) 24 ঘণ্টাৰ ভিতৰত
  • খ) 12 ঘণ্টাৰ ভিতৰত
  • গ) 36 ঘণ্টাৰ ভিতৰত
  • ঘ) 100 ঘণ্টাৰ ভিতৰত

১৯) মৌলিক অধিকাৰৰ পৰা সম্পত্তিৰ অধিকাৰ আঁতৰ কৰা হল-

  • ক) 40 সংখ্যক সংশোধনীত
  • খ) 35 সংখ্যক সংশোধনীত
  • গ) 44 সংখ্যক সংশোধনীত
  • ঘ) 45 সংখ্যক সংশোধনীত

২০) সংবিধানত ভাৰতীয় নাগৰিকৰ কিমান কৰ্তব্যৰ কথা উল্লেখ কৰিছে-

  • ক) 4
  • খ) 5
  • গ) 10
  • ঘ) 15

২১) ৰাষ্ট্ৰপতি কাৰ্যালয়ৰ নিৰ্বাচন পৰিচালনা কৰে-

  • ক) ভাৰতৰ নিৰ্বাচন আয়োগে
  • খ) ভাৰতৰ মহাধিবক্তাই
  • গ) ভাৰতৰ উচ্চতম ন্যায়ালয়ে
  • ঘ) লোকসভাৰ অধ্যক্ষই

Download Social Science (Political Sc) Part-4 Question Pdf : Click Here

Download Social Science (Political Sc) Part-4 Answer Key Pdf : Coming Soon

Download Today Social Science Descriptive Lesson Pdf ( Syllabus wise ): Click Here

Download Chandra Prakash Book CDP 150+ MCQ’s : Click Here

Watch Video For Instant Answer Key: Click Here

Leave a Reply

Your email address will not be published. Required fields are marked *