Assam TET (UP) Social Science important Question( Part 5)- Political Science

Political Science important Question For Assam TET (UP):

Political Science important Question For Assam TET (UP)

Part- 5 >

১) আমাৰ ৰাষ্ট্ৰীয় সংগীতটো লিখিছিল-
ক) জৱাহৰলাল নেহেৰুৱে
খ) ৰবীন্দ্ৰনাথ ঠাকুৰে
গ) মহম্মদ ইকবালে
ঘ) আবুল কালাম আজাদে

২) ভাৰতৰ প্ৰকৃত কাৰ্যবাহী কর্তৃপক্ষ হল-
ক) ৰাষ্ট্ৰপতি
খ) কেন্দ্ৰীয় মন্ত্ৰী পৰিষদ
গ) প্ৰধানমন্ত্ৰী
ঘ) চিভিল ছাৰ্বেন্ত

৩) মন্ত্ৰী পৰিষদৰ আকাৰ-
ক) সংসদে থিৰাং কৰে
খ) উচ্চতম ন্যায়ালয়ে থিৰাং কৰে
গ) ৰাষ্ট্ৰপতিয়ে নিৰ্ধাৰণ কৰে
ঘ) সময়ৰ প্ৰয়োজনীয়তা ওপৰত নিৰ্ভৰ কৰি প্ৰধানমন্ত্ৰীয়ে থিৰাং কৰে

৪) যদিহে অনুসূচীত জনজাতি, অনুসূচীত জাতিৰ প্ৰাৰ্থী প্ৰয়োজন অনুযায়ী নাথাকে পদ-
ক) সাধাৰণ শ্ৰেণীৰ প্ৰাৰ্থীৰ পূৰণ কৰা হয়
খ) অন্যান্য পিছপৰা শ্ৰেণীৰ প্ৰাৰ্থীৰ দ্বাৰা পূৰ কৰা হয়
গ) অন্য প্ৰাৰ্থীৰ দ্বাৰা পূৰ কৰা হয়
ঘ) ভৱিষ্যতৰ বাবে খালী ৰখা হয়

৫) তৃতীয় ঘূৰণীয়া মেজমেল হৈছিল-
ক) 1935 চনত
খ) 1932 চনত
গ) 1938 চনত
ঘ) 1944 চনত

৬) উচ্চতম ন্যায়ালয়ে ৰাষ্ট্ৰপতিলৈ পৰামৰ্শ দিব পাৰে-
ক) প্ৰধানমন্ত্ৰীক অপসাৰণ
খ) অধ্যক্ষৰ অপসাৰণ
গ) মন্ত্ৰী পৰিষদৰ যিকোনো সদস্যৰ অপসাৰণ
ঘ) ইউ এছ চিৰ অধ্যক্ষ আৰু অন্য সদস্যৰ

৭) বিধান সভাত বিত্তীয় বিধেয়ক কাৰ অনুমতি সাপেক্ষে উত্থাপন কৰিব পাৰি?
ক) মুখ্যমন্ত্ৰীৰ
খ) বিত্ত মন্ত্ৰীৰ
গ) অধ্যক্ষৰ
ঘ) ৰাজ্যপালৰ

৮) ৰাষ্ট্ৰপতিৰ মাহিলী দৰমহা-
ক) 50000 টকা
খ) 40000 টকা
গ) 100000 টকা
ঘ) 25000 টকা

৯) যদি প্ৰয়োজন হয় ৰাজ্যৰ বিধান সভাত তলৰ কোনজনৰ কথা কোৱাৰ অধিকাৰ আছে?
ক) বিধান সভাৰ সচিবৰ
খ) মহাধিবক্তাৰ
গ) ৰাজ্যৰ মুখ্য সচিবৰ
ঘ) ওপৰৰ এটাও নহয়

১০) জন সংঘৰ প্ৰতিষ্ঠাপক কোন?
ক) এ বি বাজপেয়ী
খ) এল কে আদৱানী
গ) ৰাম মনোহৰ লোহিয়া
ঘ) এছ পি মুখাৰ্জী

১১) ছচিয়েলিষ্ট পাৰ্টি গঠন কেতিয়া হৈছিল?
ক) 1949 চনত
খ) 1950 চনত
গ) 1953 চনত
ঘ) 1989 চনত

১২) এন টি ৰামৰাৱে টেলুগু দেশম পাৰ্টি গঠন কৰিছিল?
ক) 1982 চনত
খ) 1976 চনত
গ) 1984 চনত
ঘ) 1989 চনত

১৩) ভাৰতত ব্ৰিটিছ ঔপনিৱেশিকতাৰ ধ্বংসাত্মক প্ৰভাৱ কি আছিল?
ক) দেশ খণ্ডিত হোৱাত ব্ৰিটিছে উৎসাহ যোগাইছিল
খ) ই দেশত পদ্ধতিগত শোষণত আগভাগ লৈছিল
গ) ই সাম্প্ৰদায়িক শক্তিবোৰক উৎসাহিত কৰিছিল
ঘ) ওপৰৰ আটাইকেইটা হয়

১৪) স্বাধীনতাৰ পাছত ভাৰতত প্ৰথমবাৰ সাধাৰণ নিৰ্বাচন হৈছিল-
ক) 1947 চনত
খ) 1949 চনত
গ) 1950-51 চনত
ঘ) 1951-52 চনত

১৫) সংসদ বা ৰাজ্য বিধান সভাই এজন সদস্য অনুমতিবিহীনভাৱে অধিৱেশনৰ পৰা কিমান দিনলৈ অনুপস্থিত থাকিলে এখন আসন খালী থকা বুলি ঘোষণা কৰিব পাৰে?
ক) 100 দিন
খ) 90 দিন
গ) 60 দিন
ঘ) 45 দিন

১৬) লোকসভাৰ অধ্যক্ষক কাৰ্যালয়ৰ পৰা কিদৰে অপসাৰণ কৰিব পাৰি?
ক) উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশৰ লগত আলোচনা কৰাৰ পাছত ৰাষ্ট্ৰপতিয়ে তেওঁক অপসাৰণ কৰিব পাৰে
খ) হাউছ অব দ্য পিপলৰ সদস্যসকলৰ প্ৰস্তাৱ মৰ্মে তেওঁক আঁতৰ কৰিব পাৰি
গ) সংসদৰ উভয় সদনৰ যুটীয়া বৈঠকত গ্ৰহণ কৰা এটা প্ৰস্তাৱ অনুযায়ী তেওঁক অপসাৰণ কৰিব পাৰি
ঘ) ওপৰৰ আটাইকেইটা হয়

১৭) সামাজিক, অৰ্থনৈতিক আৰু ৰাজনৈতিক ন্যায়ৰ ধাৰণা লোৱা হৈছে-
ক) কিউবাৰ বিপ্লৱৰ পৰা
খ) ফৰাচী বিপ্লৱৰ পৰা
গ) ৰুছ বিপ্লৱৰ পৰা
ঘ) আমেৰিকা বিপ্লৱৰ পৰা

১৮) এখন মানী বিল উত্থাপন কৰিব পাৰে-
ক) একমাত্ৰ লোকসভাত
খ) কেৱল ৰাজ্যসভাত
গ) লোকসভা আৰু ৰাজ্যসভা উভয়তে
ঘ) উভয় সদনৰ যুটীয়া বৈঠকত

১৯) 1905 চনত বেংগলৰ বিভাজনৰ বাবে কোনজন ব্যক্তি দায়ী?
ক) লৰ্ড ডেলহাউছি
খ) লৰ্ড ৱেভেল
গ) লৰ্ড ৰিপন
ঘ) লৰ্ড কাৰ্জন

২০) উচ্চতম ন্যায়ালয়ৰ বিচাৰক হিচাপে নিযুক্তি পাবলৈ তলৰ কোনকেইটা অৰ্হতাৰ প্ৰয়োজন?
ক) তেওঁ উচ্চ ন্যায়ালয়ত অতি কমেও 5 বছৰ বিচাৰক হিচাপে থাকিব লাগিব
খ) তেওঁ ভাৰতীয় নাগৰিক হব লাগিব আৰু ৰাষ্ট্ৰপতিৰ দৃষ্টিভংগীত তেওঁ এজন বিশিষ্ট আইনজ্ঞ হব লাগিব
গ) তেওঁ নিশ্চিতভাৱে এখন, দুখন বা ততোধিক উচ্চ ন্যায়ালয়ত অতি কমেও দহ বছৰ ওকালতি কৰিব লাগিব
ঘ) (ক) অথবা (খ) আৰু (গ) হব লাগিব

২১) মৌলিক অধিকাৰসমূহ ভাগ কৰা হৈছে-
ক) 3টা কেটেগৰিত
খ) 4টা কেটেগৰিত
গ) 5টা কেটেগৰিত
ঘ) 6টা কেটেগৰিত

Download Social Science (Political Sc) Part-5 Question Pdf : Click Here

Download Social Science (Political Sc) Part-5 Answer Key Pdf : Coming Soon

Download Today Social Science Descriptive Lesson Pdf ( Syllabus wise ): Click Here

Download Chandra Prakash Book CDP 150+ MCQ’s :Click Here

Watch Video For Instant Answer Key: Click Here

Leave a Reply

Your email address will not be published. Required fields are marked *