Assam TET (UP) Social Science MCQ ( Part 1)- Economics

Economics MCQ For Assam TET (UP):

Economics MCQ/ important Question For Assam TET (UP):

Part- 1 >

১) মূলধন কাক বোলে?

ক) উৎপাদনত বিনিয়োগ কৰা ধনক

খ) উৎপাদনৰ উৎপাদিত আহিলাক

গ) উদ্যোগৰ সকলো বস্তুকে

ঘ) যি ধনেৰে উৎপাদন আৰম্ভ কৰা হয়

২) নদীৰ বালি চহৰলৈ আনিলে কি উপযোগিতাৰ সৃষ্টি হয়?

ক) সেৱা উপযোগিতা

খ) কাল উপযোগিতা

গ) স্থান উপযোগিতা

ঘ) গঠন উপযোগিতা

৩) ভাৰতত কি অৰ্থনীতি প্ৰচলিত-

ক) পুঁজিবাদী অৰ্থনীতি

খ) ব্যক্তিবাদী অৰ্থনীতি

গ) মিশ্ৰ অৰ্থনীতি

ঘ) সমাজবাদী অৰ্থনীতি

৪) আধুনিক অৰ্থব্যৱস্থা কেইপ্ৰকাৰ-

ক) 2

খ) 3

গ) 4

ঘ) 5

৫) কোনো এটা বছৰত দেশত উৎপাদিত হোৱা সকলো চূড়ান্ত ব্যৱহাৰযোগ্য বস্তৰ মুঠ মূল্যকে বোলা হয়-

ক) জনমুৰি আয়

খ) ৰাষ্ট্ৰীয় আয়

গ) প্ৰকৃত আয়

ঘ) আৰ্থিক আয়

৬) তলৰ কোনটো আৰ্থিক কাৰ্য নহয়?

ক) ভোগ

খ) উৎপাদন

গ) বিনিময়

ঘ) দান দিয়া

৭) তলৰ কোনটো উৎপাদনৰ উপাদান নহয়?

ক) বজাৰ

খ) ভূমি

গ) শ্ৰম

ঘ) মূলধন

৮) অসমৰ ভৌগোলিক এলেকা কিমান ?

ক) 91,550 বৰ্গ কি:মি:

খ) 78,438 বৰ্গ কি:মি:

গ) 98,360 বৰ্গ কি:মি:

ঘ) 86,029 বৰ্গ কি:মি:

৯) অসমৰ চাহগছ কেতিয়া আৱিষ্কাৰ হৈছিল –

ক) 1820 চনত

খ) 1831 চনত

গ) 1836 চনত

ঘ) 1856 চনত

১০) অসমৰ গাঁৱত কিমান শতাংশ মানুহে বাস কৰে ?

ক) 42 শতাংশ

খ) 45 শতাংশ

গ) 89 শতাংশ

ঘ) 99 শতাংশ

১১) অসমৰ কত আটাইতকৈ ডাঙৰ শোধনাগাৰ আছে ?

ক) বঙাইগাঁও

খ) ডিগবৈ

গ) নুনমাটি

ঘ) নুমলীগড়

১২) ‘অসম চুক্তি শোধনাগাৰ’ হিচাপে কোনটোক জনা যায়?

ক) নুমলীগড় শোধনাগাৰ

খ) বঙাইগাঁও শোধনাগাৰ

গ) ডিগবৈ শোধনাগাৰ

ঘ) নুনমাটি শোধনাগাৰ

১৩) ডিগবৈ তেল পথাৰ কেতিয়া আৱিষ্কাৰ কৰা হৈছিল?

ক) 1689 চনত

খ) 1789 চনত

গ) 1889 চনত

ঘ) 1901 চনত

১৪) এছিয়াৰ আটাইতকৈ পুৰণা তেল শোধনাগাৰটো হল –

ক) বম্বে হাই তেল শোধনাগাৰ

খ) মথুৰা তেল শোধনাগাৰ

গ) ডুবাই তেল শোধনাগাৰ

ঘ) ডিগবৈ তেল শোধনাগাৰ

১৫) ভাৰতৰ প্ৰথমটো ৰাজহুৱা খণ্ডৰ তেল শোধনাগাৰ হল –

ক) বাৰাউনি

খ) নুনমাটি

গ) বঙাইগাঁও

ঘ) মথুৰা

১৬) অ’ এন জি চি কিমান চনত স্থাপন কৰা হৈছিল?

ক) 1965 চনত

খ) 1951 চনত

গ) 1950 চনত

ঘ) 1949 চনত

Download Social Science (Economics) Part-1 Question Pdf : Click Here

Download Social Science (Economics) Part-1 Answer Key Pdf : Click Here ( Coming soon )

Download Today’s Social Science Descriptive Part Pdf : Click Here

Leave a Reply

Your email address will not be published. Required fields are marked *