Assam TET (UP) Social Science MCQ ( Part 2)- Economics

Economics MCQ For Assam TET (UP):

Economics MCQ/ important Question For Assam TET (UP):

Part- 2 >

১) অইল ইণ্ডিয়া গঠন কৰা হৈছিল?

  • ক) 1962 চনত
  • খ) 1951 চনত
  • গ)  1959 চনত
  • ঘ) 1957 চনত

২) 1993 চনত ভাৰতৰ খাৰুৱা তেল উৎপাদন আছিল-

  • ক) 32.5 কোটি টন
  • খ) 36 কোটি টন
  • গ) 25.2 কোটি টন
  • ঘ) 27.18 কোটি টন

৩) নুমলীগড় শোধনাগাৰৰ নিৰ্মাণত ব্যয় কিমান টকা আছিল?

  • ক) 2500 কোটি টকা
  • খ) 1800 কোটি টকা
  • গ) 1900 কোটি টকা
  • ঘ) 1500 কোটি টকা

৪) বৰ্তমান খাৰুৱা তেলৰ ৰয়েলিটিৰ নিৰিখ হল-

  • ক) প্ৰতি মেট্ৰিক টনত 420 টকা
  • খ) প্ৰতি মেট্ৰিক টনত 650 টকা
  • গ) প্ৰতি মেট্ৰিক টনত 540 টকা
  • ঘ) প্ৰতি মেট্ৰিক টনত 590 টকা

৫) অসমৰ বনভূমিৰ বাবে সংৰক্ষিত এলেকা হল-

  • ক) মুঠ এলেকাৰ 22 শতাংশ
  • খ) মুঠ এলেকাৰ 24 শতাংশ
  • গ) মুঠ এলেকাৰ 23 শতাংশ
  • ঘ) মুঠ এলেকাৰ 28 শতাংশ

৬) অসমৰ বনাঞ্চলৰ আটাইতকৈ মূল্যৱান গছবিধ হল-

  • ক) চেগুন
  • খ) চাম
  • গ) শাল
  • ঘ) ওক

৭) অসমৰ কত প্ৰথম প্লাউড কাৰখানা স্থাপন কৰা হৈছিল-

  • ক) মাৰ্ঘেৰিতা ( 1898 )
  • খ) কৰিমগঞ্জ ( 1917 )
  • গ) তিনিচুকীয়া ( 1929 )
  • ঘ) ধুবুৰী ( 1925 )

৮) অসমত কিমান চাহ বাগিচা আছে?

  • ক) 800 ৰ অধিক
  • খ) 4050 ৰ কম
  • গ) 1000 ৰ কম নহয়
  • ঘ) 800 ( প্ৰায় )

৯) এছিয়াৰ প্ৰথমটো চাহ গৱেষণা কেন্দ্ৰ কত অৱস্থিত?

  • ক) ডিব্ৰুগড়
  • খ) নামৰূপ
  • গ) মৰাণ
  • ঘ) যোৰহাট

১০) গুৱাহাটী চাহ নীলাম কেন্দ্ৰ কেতিয়া স্থাপন কৰা হৈছিল?

  • ক) 1970 চনত
  • খ) 1960 চনত
  • গ) 1965 চনত
  • ঘ) 1962 চনত

১১) ভাৰতত উৎপাদিত মুঠ চাহৰ অসমত কিমান উৎপাদন হয়?

  • ক) প্ৰায় 50 শতাংশ
  • খ) প্ৰায় 60 শতাংশ
  • গ) প্ৰায় 62 শতাংশ
  • ঘ) প্ৰায় 48 শতাংশ

১২) 1991 চনৰ পিয়ল মতে চাহবাগিচাই কিমান অঞ্চল জুৰি আছে?

  • ক) 2,40,440 হেক্টৰ
  • খ) 2,33,284 হেক্টৰ
  • গ) 3,20,100 হেক্টৰ
  • ঘ) 4,50,300 হেক্টৰ

১৩) অসমত কাগজকল কেইটা আছে?

  • ক) 3টা
  • খ) 4টা
  • গ) 5টা
  • ঘ) 6টা

১৪) অসমৰ কোনখন জিলাত আটাইতকৈ বেছি চাহ বাগিচা আছে?

  • ক) যোৰহাট
  • খ) ডিব্ৰুগড়
  • গ) শিৱসাগৰ
  • ঘ) তিনিচুকীয়া

১৫) মুগা গৱেষণা কেন্দ্ৰ কত আছে?

  • ক) তিতাবৰত
  • খ) ওৰাঙত
  • গ) ডুমডুমাত
  • ঘ) লখিমপুৰ

১৬) 2001 চনৰ পিয়ল অনুসৰি অসমৰ জনসংখ্যা হল-

  • ক) 1.5 কোটি
  • খ) 2.66 কোটি
  • গ) 2.2 কোটি
  • ঘ) 3.1 কোটি

Download Social Science (Economics) Part-2 Question Pdf : Click Here

Download Social Science (Economics) Part-2 Answer Key Pdf : Click Here ( Coming soon )

Download Today’s Social Science Descriptive Part Pdf :Click Here

Leave a Reply

Your email address will not be published. Required fields are marked *