Assam UP TET CDP important Question

Assam UP TET

Assam UP TET: বিষয়: শিশু বিকাশ ( Child Development)

Part – 1 >

Video Link: Click Here

১) ছাত্ৰ ছাত্ৰীৰ ব্যক্তিত্বৰ পাৰ্থক্য দেখা পোৱাৰ কাৰণ হৈছে-

  • ক) বংশগতিৰ কাৰণত
  • খ) বিভিন্ন পৰিয়ালৰ নিজা নিজা পৰিবেশ ৰ বাবে
  • গ) ওপৰৰ দুয়োটা
  • ঘ) মাত্ৰ প্ৰথম কাৰণটো

২) শিক্ষাই এটা শিশুৰ কোনটো ক্ষেত্ৰৰ বিকাশত সহায় কৰে

  • ক) অনুভূতিক বুদ্ধিমত্তা
  • খ) সামাজিক বুদ্ধিমত্তা
  • গ) জীৱিকা সম্পৰ্কীয় দক্ষতা
  • ঘ) ওপৰৰ আটাইকেইটা

৩) তুমি যদি এজন ছাত্ৰক লৈ অসন্তুষ্ট তেন্তে ছাত্ৰজনৰ উত্তৰ বহী পৰীক্ষা কৰোঁতে কি কৰিব?

  • ক) ছাত্ৰজনৰ দক্ষতা অনুযায়ী নম্বৰ দিয়া হব
  • খ) ছাত্ৰজনক শাস্তি দিবলৈ বুলি কম নম্বৰ দিয়া হব
  • গ) অন্য শিক্ষকো ছাত্ৰজনক কম নম্বৰ দিবলৈ কোৱা হব
  • ঘ) কোনো উদ্দেশ্যেহীন ভাবে ছাত্ৰজনক মুল্যাংক কৰা হব

৪) শ্ৰেণীকোঠাত এজন শিক্ষক ৰ প্ৰয়োজন হয়

  • ক) টেবুল
  • খ) ব্লেক বৰ্ড
  • গ) চকী
  • ঘ ) নিৰ্দেশক মাৰি

৫) এজন ভাল শিক্ষক কেনে হোৱা উচিত

  • ক) অনৰগল বক্তৃতা দিব পৰা
  • খ) বহু বিষয়ত জ্ঞান থকা
  • গ) নিজৰ পঢ়িব লগা বিষয়ত ব্যুত্পত্তি থকা
  • ঘ) সকলো বিষয়ত ব্যুত্পত্তি থকা

৬) অভ্যাস বুলি কলে কি বুজাই?

  • ক) ই এটা স্বয়ং চালিত প্ৰক্ৰিয়া
  • খ) কোনো কামৰ পুনৰাবৃত্তি কৰা
  • গ)ওপৰৰ দুয়োটা
  • ঘ) ওপৰৰ এটাও নহয়

৭) শিশুৰ বিকাশৰ ক্ষেত্ৰত বিদ্যালয় এ কৰিব লগা মুখ্য কাম

  • ক) শিশুটিৰ জ্ঞান প্ৰাপ্তি নিশ্চিত কৰা
  • খ) শিশুটিৰ সামগ্ৰিক প্ৰতিভা প্ৰাপ্তিৰ সুযোগ দিয়া
  • গ) দেশ বা জাতিৰ বাবে প্ৰয়োজনীয় দক্ষতা প্ৰাপ্তিৰ ব্যৱস্থা কৰা
  • ঘ) এটা নিৰোগী শিশু হবলৈ শিক্ষা দিয়া

৮) ছাত্ৰ ছাত্ৰীৰ নৈতিক জ্ঞানৰ বিকাশ ঘটোৱাতো অতি প্ৰয়োজনীয় কাম। ইয়াৰ বিকাশ কৰিবলৈ তুমি কি কৰিবা?

  • ক) নৈতিক জ্ঞান সম্বন্ধীয় কিতাপ পত্ৰ পঢ়িবলৈ উৎসাহিত কৰিম
  • খ) এই সন্দৰ্ভত বক্তৃতা ৰ ব্যৱস্থা কৰিম
  • গ) নৈতিক জ্ঞান সন্নিবিষ্ট কাহিনীৰ অৱতাৰণা কৰিম
  • ঘ) নিজকে নৈতিকতাৰ এক আৰ্হি ৰূপে প্ৰদৰ্শন কৰিম

৯) দেশত পূৰ্ণ সাক্ষৰতা এতিয়াও সম্ভৱ হৈ নুঠাৰ কাৰণ হৈছে

  • ক) পুঁজিৰ নাটনি
  • খ) পুঁজি ব্যৱহাৰ কৰাত অসমৰ্থ
  • গ) প্ৰয়োজনীয় শিক্ষা সামগ্ৰীৰ অভাৱ।
  • ঘ) ইয়াক কাৰ্য্য কৰিবলৈ সদিচ্ছাৰ অভাৱ

১০) সামগ্ৰিক ভাৱে শিশুৰ বিকাশৰ বাবে তলৰ কোনটো প্ৰয়োজনীয়?

  • ক) আবেগ অনুভূতি আৰু চিন্তা বিকাশ।
  • খ) শাৰীৰিক বৃদ্ধি আৰু বিকাশ
  • গ) সামাজিক সম্পৰ্ক আৰু জ্ঞানৰ বিকাশ
  • ঘ) ওপৰৰ আটাইকেইটা

১১) শিক্ষক দিৱস পালন কৰাৰ উদ্দেশ্য কি ?

  • a) মহান শিক্ষকসকলক স্মৰণ কৰা
  • b) ড° ৰাধাকৃষ্ণনলৈ শ্ৰদ্ধাঞ্জলি জনোৱা
  • c) শিক্ষক সমাজৰ প্ৰতি সন্মান প্ৰদৰ্শন কৰা
  • d) শিক্ষক ছাত্ৰৰ সম্পৰ্ক ৰক্ষা কৰা

Download Assam Tet Study Materials : Click Here

Watch Video For Answers: Click Here

Download UP TET CDP Part- 1: Click Here

Download This Part Answer Key: Click Here

Leave a Reply

Your email address will not be published. Required fields are marked *